ETV Bharat / state

নগাঁৱৰ নেহেৰুবালিত ভাওনা সমাৰোহ

author img

By

Published : Feb 12, 2019, 11:34 AM IST

একেদিনাই প্ৰদৰ্শন সাতখনকৈ ৰাস

NAGAON

নগাঁও , ১২ ফেব্ৰুৱাৰী : নগাঁৱৰ নেহেৰুবালিত এটা দিনতে প্ৰদৰ্শিত হ'ল সাতখনকৈ ৰাস । সাতজনকৈ কৃষ্ণই গোপীসকলৰ সৈতে কৰা নৃত্য, গায়ন বায়ন , খোল তাল বাদনত ভক্তি ৰসত ডুব যায় নেহেৰুবালি।

NAGAON
undefined

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৰ সৃষ্টি অংকীয়া ভাওনাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ উদ্দেশ্যে নগাওঁ ভাওনা সমাৰোহ সমিতিয়ে নেহেৰুবালিত আয়োজন কৰা ভাওনা সমাৰোহৰ সোমবাৰে নিশা সামৰণি পৰে । তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা ভাওনা সমাৰোহৰ অন্তিম নিশা সাতটা নাট্য দলে শ্ৰীকৃষ্ণৰ ৰাসলীলা প্ৰদৰ্শন কৰে ।

Intro:উখল মাখল কলঙৰ বাকৰি নগাঁৱৰ নেহেৰুৱালী। একেলগে সাতখনকৈ ৰাস প্ৰদৰ্শনেৰে সামৰণি পৰিল নগাওঁ ভাওনা সমাৰোহৰ।

Body:আধ্যাত্মিক আৰু উৎসৱমুখৰ নগাঁৱৰ কলঙৰ বাকৰি নেহেৰুৱালী। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৰ সৃষ্টি অংকীয়া ভাওনাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ উদ্দেশ্যে নগাওঁ ভাওনা সমাৰোহ সমিতিয়ে নেহেৰুৱালীত আয়োজন কৰা ভাওনা সমাৰোহৰ সফল সামৰণি পৰে সুমবাৰে নিশা। তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা ভাওনা সমাৰোহৰ সোমবাৰে নিশা সাতটা নাট্য দলে একেলগে প্ৰদৰ্শন কৰে শ্ৰীকৃষ্ণৰ ৰাসলীলা। একেলগে সাতজনকৈ কৃষ্ণই গোপীসকলৰ লগত কৰা নৃত্য, গায়ন বায়নৰ খোল তাল বদনত ভক্তি ৰষত ডুব যায় নেহেৰুৱালী। নেহেৰুৱালীত অনুষ্ঠিত হোৱা ভাওনা সমাৰোহত নগাওঁ জিলাৰ উপৰিও ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ লোকে ভীৰ কৰে।
bite

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.