ETV Bharat / state

বটদ্ৰৱাত পথৰ দুৰৱস্থাই জ্বলাকলা খোৱাইছে পথচাৰীক - বটদ্ৰৱাত পথৰ দুৰৱস্থাই জ্বলাকলা খোৱাইছে পথচাৰীক

বটদ্ৰৱাত গড়কাপ্তানী বিভাগৰ পঁয়ালগা অৱস্থাৰ বাবে ৰাজপথলৈ উলাই আহিল শ শ ছাত্ৰ-ছাত্ৰী । চৰকাৰ বিৰোধী শ্ল'গানেৰে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ ।

বটদ্ৰৱাত গড়কাপ্তানী বিভাগৰ পঁয়ালগা অৱস্থা
author img

By

Published : Oct 10, 2019, 7:42 PM IST

বটদ্ৰৱা,10অক্টোবৰঃ ৰাজ্যৰ গড়কাপ্তানী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ গড়কাপ্তানী বিভাগৰ আমোল পৰিবৰ্তনৰ বিষয়ে বৰজহ মাৰি থকাৰ সময়তে পুনৰ বটদ্ৰৱাত পথৰ দুৰৱস্থাই উদঙালে বিভাগটোৰ পঁয়ালগা স্বৰূপ । বটদ্ৰৱাত জৰাজীৰ্ণ বাটপথৰ গইনা লৈ এতিয়া ৰোগী আনিবলৈও অমান্তি হয় 108 মৃত্যুঞ্জয় এম্বুলেঞ্চ । যাৰ বাবে কন কন ছাত্ৰ-ছাত্ৰীয়ে ৰাজপথলৈ ওলাই আহি চৰকাৰ বিৰোধী শ্ল'গানেৰে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ ।

বটদ্ৰৱাত গড়কাপ্তানী বিভাগৰ পঁয়ালগা অৱস্থা

বিশেষকৈ বটদ্ৰৱা সমষ্টিৰ মূল কেন্দ্ৰবিন্দু টুকটুকী, কটহগুৰী, ৰৌমাৰী বালিজান সংযোগী ব্যস্ততা পূৰ্ণ পথত পুখুৰী সদৃশ গাতৰ সৃষ্টি হোৱাৰ ফলত যমৰ যাতনা ভুগিছে ছাত্ৰ-ছাত্ৰী, ৰোগী, পথচাৰীয়ে । ইপিনে এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ বিধায়িকা আঙুৰলতা ডেকাৰ বিৰুদ্ধে । যাৰ বাবে বৃহস্পতিবাৰে ৰাইজ তথা ছাত্ৰ-ছাত্ৰীৰ লগতে বিভিন্ন দল সংগঠনে ৰাজপথত সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ ।

Intro:.Body:বিকশিত অসমৰ গড়কাপ্তানী বিভাগৰ পঁয়ালগা ছবি । ৰাজ্যৰ গড়কাপ্তানী মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ গড়কাপ্তানী বিভাগৰ আমোল পৰিবৰ্তনৰ বিষয়ে বৰজহ মাৰি থকাৰ সময়তে পুনৰ বটদ্ৰৱাত পথৰ দুৰৱস্থাই উদঙিলে গড়কাপ্তানী বিভাগৰ পঁয়ালগা স্বৰূপটো। বটদ্ৰৱাত জৰাজীৰ্ণ বাট-পথৰ গইনা লৈ এতিয়া ছাত্ৰ ছাত্ৰী, ৰোগী আনিবলৈও অমান্তি হয় 108 মৃত্যুঞ্জয় এম্বুলেঞ্চ। যাৰ বাবে কন কন ছাত্ৰ ছাত্ৰীয়ে ৰাজপথলৈ ওলাই আহিল সাব্যস্ত কৰিলে প্ৰতিবাদ । ৰাজপথলৈ উলাই আহিল শ শ ছাত্ৰ ছাত্ৰী। চৰকাৰ বিৰোধী শ্লগানেৰে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ। পৰিবৰ্তনৰ শ্লোগানেৰে শাসনৰ গাদী দখল কৰা বিজেপি চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গড়কপ্তানী বিভাগৰ পথৰ দুৰবস্তাই জলা কলা খুৱাইছে অঞ্চলবাসীক। বটদ্ৰৱা সমষ্টিৰ মূল কেন্দবিন্দু টুকটুকী,কটহগুৰী, ৰৌমাৰী বালিজান সংযোগী ব্যস্ততা পূৰ্ণ পথত পুখুৰী সদৃশ সদৃশ গাতৰ সৃষ্টি হোৱাৰ ফলত যমৰ যাতনা ভুগিছে বিদ্যালয় মহাবিদ্যালয় ছাত্ৰ ছাত্ৰী, ৰোগী, পথচাৰীয়ে। সেই ক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰিলে বিধায়িকা আঙুৰলতা ডেকাই । সেইহে ৰাইজ তথা ছাত্ৰ ছাত্ৰীৰ লগতে বিভিন্ন দল সংগঠনে ৰাজপথত সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ । সেই স্থানৰ পৰা আমাৰ এক প্ৰতিবেদন।__________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম । Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.