বটদ্ৰৱা, 8 আগষ্টঃ যি সময়ত ৰাজ্যত শিক্ষিত নিবনুৱাই চৰকাৰী চাকৰিৰ বাবে হাবাথুৰি খাই ফুৰিছে সেই সময়তে বটদ্ৰৱাত বতা চৰাই পালনেৰে স্বাৱলম্বী হৈ বহু জনলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে এগৰাকী মহিলাই। বটদ্ৰৱা ভেটিয়নি গাৱঁৰ পূজা শইকীয়াই তিনি মাহ পূৰ্বে ২০০ ৰো অধিক বতা চৰাই আনি আৰম্ভ কৰে এই ব্যৱসায় । আধুনিক বিজ্ঞানসন্মত পদ্ধতিৰে মহিলা গৰাকীয়ে বতা চৰাই পালন কৰি পোৱা কণী বিক্ৰী কৰি মাহে উপাৰ্জন কৰিছে 10000 ৰ অধিক টকা । সম্প্ৰতি বতা চৰাই কণীৰ ঔষধি গুণ থকা বাবেই বজাৰত বৃদ্ধি পাইছে এই কণীৰ চাহিদা । সেইহে উদ্যমী মহিলা গৰাকীৰ মুখত দেখা দিছে অনাবিল আনন্দ । বটদ্ৰৱা ৰাইজেও পূজা শইকীয়াৰ এই পদক্ষেপক সহাৰি জনায় আহিছে ৷
বতা চৰাই পালনেৰে স্বাৱলম্বীতাৰ পথ দেখুৱাইছে বটদ্ৰৱাৰ পূজাই - পূজা শইকীয়া
বটদ্ৰৱা ভেটিয়নি গাঁৱৰ পূজা শইকীয়াই তিনি মাহ পূৰ্বে ২০০ ৰো অধিক বতা চৰাই আনি আৰম্ভ কৰে এই ব্যৱসায় ।
বটদ্ৰৱা, 8 আগষ্টঃ যি সময়ত ৰাজ্যত শিক্ষিত নিবনুৱাই চৰকাৰী চাকৰিৰ বাবে হাবাথুৰি খাই ফুৰিছে সেই সময়তে বটদ্ৰৱাত বতা চৰাই পালনেৰে স্বাৱলম্বী হৈ বহু জনলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে এগৰাকী মহিলাই। বটদ্ৰৱা ভেটিয়নি গাৱঁৰ পূজা শইকীয়াই তিনি মাহ পূৰ্বে ২০০ ৰো অধিক বতা চৰাই আনি আৰম্ভ কৰে এই ব্যৱসায় । আধুনিক বিজ্ঞানসন্মত পদ্ধতিৰে মহিলা গৰাকীয়ে বতা চৰাই পালন কৰি পোৱা কণী বিক্ৰী কৰি মাহে উপাৰ্জন কৰিছে 10000 ৰ অধিক টকা । সম্প্ৰতি বতা চৰাই কণীৰ ঔষধি গুণ থকা বাবেই বজাৰত বৃদ্ধি পাইছে এই কণীৰ চাহিদা । সেইহে উদ্যমী মহিলা গৰাকীৰ মুখত দেখা দিছে অনাবিল আনন্দ । বটদ্ৰৱা ৰাইজেও পূজা শইকীয়াৰ এই পদক্ষেপক সহাৰি জনায় আহিছে ৷
Body:পুৰুষৰ সমানে সমানে মহিলা যে কোনো গুণেই পিছ পৰা নহয় তাকেই প্ৰমাণ কৰিলে বটদ্ৰৱাৰ এগৰাকী মহিলা । যি সময়ত ৰাজ্যত শিক্ষিত নিবনুৱাই এটা চৰকাৰী চাকৰিৰ বাবে হাবাথুৰি খাই ফুৰিছে ঠিক তেনে সময়তে বটদ্ৰৱাত এগৰাকী মহিলাই বতা চৰাই পালনেৰে স্বাৱলম্বী হৈ আশাৰ বতৰা কঢ়িয়াই আনিছে । বটদ্ৰৱা ভেটিয়নি গাৱঁৰ মহিলা গৰাকীৰ নাম পূজা শইকীয়া । মহিলা গৰাকীয়ে তিনি মাহৰ পূবে ২০০ ৰো অধিক বতা চৰাই আনি আৰম্ভ কৰিছিল এই ব্যৱসায় । আৰম্ভ কৰি পাৰম্ভিক প্ৰয্যায়তেই
মহিলা গৰাকীৰ সফল হৈ আশাৰ ৰেঙণি কঢ়িয়াই আনিছে । আধুনিক বিজ্ঞান সন্মত পদ্ধতিৰে মহিলা গৰাকীয়ে বতা চৰাইৰ পালন কৰি পোৱা কণী বিক্ৰী কৰি মাহে উপাৰ্জন কৰিছে দহ হাজাৰৰো অধিক টকা । সম্প্ৰতি বতা চৰাই কণীৰ ঔষধী গুন থকা বাবেই বজাৰত বৃদ্ধি পাইছে এই কণীৰ চাহিদা ।সেইহে উদ্যমী মহিলা গৰাকীৰ মুখত দেখা দিছে অনাবিল অানন্দ । মহিলা গৰাকীৰ নবপ্ৰজন্মলৈ আহ্বান বজাৰত অধিক চাহিদা থকা এই বতা চৰাই পালন কৰি সকলো লাভৱান হওক । মহিলা গৰাকীৰ এনে পদক্ষেপক বটদ্ৰৱা ৰাইজৰ প্ৰসংশা পাত্র হৈ পৰিছে পূজা শইকীয়া ।______________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion: