ETV Bharat / state

বটদ্ৰৱাত বাঁহৰ খুটাৰে যোগান ধৰিছে বিদ্যুৎ

বটদ্ৰৱাৰ ৰাইডঙীয়াত বিদ্যুৎ বিভাগৰ মৰণ ফান্দ কাণ্ড । বাঁহৰ খুটাৰে যোগান ধৰিছে বিদ্যুৎ ৷ একাংশ দায়িত্ব হীনতা বিষয়া কৰ্মচাৰীয়ে জংঘলৰ মাজেৰেই বাঁহৰ খুটাৰে বিদ্যুতৰ তাঁৰ টানি বিপদসংকুল ভাৱে যোগান ধৰিছে বিদ্যুৎৰ সেৱা ।

বটদ্ৰৱাত বাঁহৰ খুটাৰে যোগান ধৰিছে বিদ্যুৎ
author img

By

Published : Jul 14, 2019, 3:05 AM IST

বটদ্ৰৱা 14 জুলাইঃ বটদ্ৰৱাৰ ৰাইডঙীয়াত বিদ্যুৎ বিভাগৰ মৰণ ফান্দ কাণ্ড । বাঁহৰ খুটাৰে যোগান ধৰিছে বিদ্যুৎ ৷ একাংশ দায়িত্ব হীনতা বিষয়া কৰ্মচাৰীয়ে জংঘলৰ মাজেৰেই বাঁহৰ খুটাৰে বিদ্যুতৰ তাঁৰ টানি বিপদসংকুল ভাৱে যোগান ধৰিছে বিদ্যুৎৰ সেৱা । অকৰ্মন্য বিদ্যৎ বিভাগৰ এনে কৰ্ম- কাণ্ডত জাঙুৰ খাই উঠিছে বৃহত্তৰ অঞ্চলটোৰ গঞা ৰাইজ । ৰাইজৰ অভিযোগ বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে দীৰ্ঘদিন ধৰি বৃহত্তৰ ৰাইদঙীয়া অঞ্চলত এনেদৰেই পকী খুটাৰ পৰিবৰ্তে বাঁহৰ খুটা ব্যৱহাৰ কৰি অতি বিপদসংকুল ভাবে বৃহত্তৰ এলেকাটোত বিদ্যুৎ যোগান ধৰি আহিছে। যাৰ ফলত যিকোনো সময়তে ভয়ংকৰ দুৰ্ঘটনাৰ আশংকাত ভুগিছে সৰ্বসাধাৰণ ৰাইজে । ৰাইজে বাঁহৰ খুটাৰ পৰিৱৰ্তে পকী খুটাৰ ব্যৱস্থা আৰু হাবি জংঘল চাফা কৰি দিবলৈ বিভাগীয় কৰ্মচাৰীক বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিচতো কোনো ব্যৱস্থা গ্ৰহন নকৰাত অৱশেষত বাধ্য হৈ ৰাইজে বিদ্যুৎ বিভাগৰ অকৰ্মন্য কৰ্মচাৰীলৈ বাট নাচাই হাতে হাতে দা লৈ নিজেই কাটি চাফা কৰিবলৈ বাধ্য হ’ল জংঘল । ৰাইজৰ প্ৰশ্ন বিদ্যুৎ বিভাগে জংঘলৰ মাজেৰে সংযোগ কৰা উচ্চ ক্ষমতা সম্পন্ন বৈদ্যুতিক তাৰত পৰা কোনো ভয়ংকৰ ঘটনা সংঘটিত হলে দায়ী হ’ব কোন ? যাৰ বাবে এই সমস্যা সমাধানৰ বাবে বিভাগীয় কৰ্তৃপক্ষই বিষয়টো গুৰুত্বসহকাৰে লৈ সমাধানৰ দাবী জনাইছে সচেতন মহলে৷

Intro:বটদ্ৰৱাৰ ৰাইডঙীয়াত বিদ্যুৎ বিভাগৰ মৰণ ফান্দ । বাঁহৰ খুটাৰে যোগান ধৰিছে বিদ্যুত । ভয়ংকৰ দুৰ্ঘটনাৰ আশংকাত গঞাঁ ।Body:কৈ থাকিলে যেন উৰেকে নপৰে বিয়াগোম বিদ্যুত বিভাগৰ কৰ্মচাৰীৰ চূড়ান্ত দায়িত্বহীনতা আৰু গাফিলতিৰ কথা । এইবাৰ বিদ্যুৎ বিভাগৰ মৰণ ফান্দত আতংকিত বটদ্ৰৱাৰ ৰাইডঙীয়াৰ আদৰ্শ গাৱঁৰ ৰাইজ। এইয়া চাওঁক বটদ্ৰৱা বিদ্যুত উপ- সংমণ্ডলৰ অধীনস্থ ৰাইডঙীয়াৰ আদৰ্শ গাঁৱৰ দৃশ্য । একাংশ দায়িত্ব হীনতা বিষয়া কৰ্মচাৰীয়ে জংঘলৰ মাজেৰেই বাঁহৰ খুটাৰে বিদ্যুতৰ তাঁৰ টানি বিপদসংকুল ভাৱে যোগান ধৰিছে বিদ্যুতৰ সেৱা । অকৰ্মন্য বিদ্যৎ বিভাগৰ এনে কৰ্ম- কাণ্ডত জাঙুৰ খাই উঠিছে বৃহত্তৰ অঞ্চলটোৰ গঞা ৰাইজ । ৰাইজৰ অভিযোগ বিদ্যুত বিভাগৰ কৰ্মচাৰীয়ে দীৰ্ঘদিন ধৰি বৃহত্তৰ ৰাইদঙীয়া অঞ্চলত এনেদৰেই পকী খুটাৰ পৰিবৰ্তে বাঁহৰ খুটা ব্যাৱহাৰ কৰি অতি বিপদসংকুল ভাবে বৃহত্তৰ এলেকাটোত বিদ্যুত যোগান ধৰি আহিছে। যাৰ ফলত যিকোনো সময়তে ভয়ংকৰ দুৰ্ঘটনাৰ আশংকাত ভুগিছে সৰ্বসাধাৰণ ৰাইজে । বিদ্যুত বিভাগে এই দৰে বিদ্যুতৰ যোগান ধৰাৰ বাঁহৰ খুুটাৰ তলেদিয়েই অতি বিপদজনক ভাবে স্কুল কলেজৰ ছাত্র ছাত্রীয়ে অব্যাহত ৰাখিছে যাতায়াত । স্থানীয় ৰাইজে ঘন জন বসতি পূৰ্ণ অঞ্চলটোত এনেদৰে উন্মুক্ত বাহৰ খুটা আৰু বাহনি মাজেৰ জংঘলৰ মাজেৰেই বিদ্যুৎ তাঁৰ সংযোগ কৰা কাণ্ডত কোনো কাৰণতে সহজ ভাবে লব পৰা নাই মানি । ৰাইজে বাহৰ খুটাৰ পৰিবৰ্তে পকী খুটাৰ ব্যৱস্থা আৰু হাবি জংঘল চাফা কৰি দিবলৈ বিভাগীয় কৰ্মচাৰীক বাৰম্ভাৰ অনুৰুধ জনোৱাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহন নকৰাত অবশেষত বাধ্যহৈ ৰাইজে বিদ্যুৎ বিভাগৰ অকৰ্মন্য কৰ্মচাৰীলৈ বাট নাচাই হাতে হাতে দা লৈ নিজেই কাটি চাফা কৰিলে বাহ,জংঘল । এতিয়া প্ৰশ্ন হয় বিদ্যুৎ বিভাগে জংঘলৰ মাজেৰে সংযোগ কৰা উচ্চ ক্ষমতা সম্পন্ন বৈদ্যুতিক তাৰত পৰা কোনো ভয়ংকৰ ঘটনা সংঘটিত হলে দায়ী হব কোন ? সেইহে শিঘ্ৰে সমাধানৰ বাবে বিভাগীয় কতৃপক্ষই বিষয়টো গুৰুত্বসহকাৰে লৈ সমাধানৰ দাবী জনাইছে সচেতন মহলে।________________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.