ETV Bharat / state

বটদ্ৰৱাত বৃহৎ পৰিমাণৰ গাঞ্জা সহ আটক এজন সৰবৰাহকাৰী

author img

By

Published : Dec 27, 2019, 3:28 PM IST

বটদ্ৰৱাত এক কুইণ্টল দুই কেজি গাঞ্জাসহ আটক এজন গাঞ্জা সৰবৰাহকাৰী । আটক লোকজন ধিং থানাৰ অন্তৰ্গত চালকাটি পথাৰৰ মুজ্জামিল হুছেইন ৷

batadrava-ganja-recovered
বটদ্ৰৱাত বৃহৎ পৰিমাণৰ গাঞ্জা সহ আটক এজন সৰবৰাহকাৰী

বটদ্ৰৱা, 27 ডিচেম্বৰ : বটদ্ৰৱাত এজন গাঞ্জা সৰবৰাহকাৰী আটক । বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপজ্যোতি মজুমদাৰে এক গোপন সূত্ৰৰ ভিত্তিত চলাইছিল অভিযান ৷ জব্দ কৰে এক কুইণ্টল দুই কেজি গাঞ্জা সহ এজন লোক ৷ আটক লোকজনৰ নাম মুজ্জামিল হুছেইন।

দ্ৰৱাত বৃহৎ পৰিমাণৰ গাঞ্জা সহ আটক এজন সৰবৰাহকাৰী

ধৃত মুজ্জামিলে গাঞ্জা লৈ মাৰুতি ৰিটছ গাড়ীৰে সৰবৰাহ কৰি থকা অৱস্থাত বটদ্ৰৱা পুৰণি বাছ ষ্টেণ্ডৰ পৰা আটক কৰে আৰক্ষীয়ে। দীৰ্ঘ দিন ধৰি গাঞ্জা সৰবৰাহ কৰি থকা মুজ্জামিল হুছেইন ধিং থানাৰ অন্তৰ্গত চালকাটি পথাৰৰ নিবাসী আবুল হাছিমৰ পুত্ৰ ৷

আৰু পঢ়ক : নগাঁৱৰ ধিঙত চোৰাং-চিকাৰীৰ কবলৰ পৰা উদ্ধাৰ বহু সংখ্যক পৰিভ্ৰমী চৰাই

Intro:বটদ্ৰৱাত এক কুইণ্টল দুই কেজি গাঞ্জাসহ এজন ভাং সৰবৰাহকাৰী আটক। Body:বটদ্ৰৱাত এক কুইণ্টল দুই কেজি গাঞ্জাসহ এজন নিসিদ্ধ ভাং সৰবৰাহকাৰী আটক। বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপজ্যোতি মজুমদাৰৰ নেতৃত্বত অভিযান চলাই কুখ্যাত গাঞ্জা সৰবৰাহকাৰী মুজ্জামিল হুছেইন নামৰ এজন লোকক অাটক। ধৃত মুজ্জামিলে গাঞ্জা লৈ মাৰুতি ৰিটছ গাড়ীৰে সৰবৰাহ কৰি থকা অৱস্থাত বটদ্ৰৱা পুৰনি বাছ ষ্টেণ্ডৰ পৰা আটক কৰে আৰক্ষীয়ে। দীৰ্ঘ দিন ধৰি ভাং সৰবৰাহ কৰি থকা মুজ্জামিল হুছেইনৰ ঘৰ ধিং থানৰ অন্তৰ্গত চালকাটি পথাৰ।_______বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.