ETV Bharat / state

বটদ্ৰৱাত শতাধিক লোকক খাদ্য সামগ্ৰী যাোগান এটা পৰিয়ালৰ

author img

By

Published : Apr 16, 2020, 5:33 PM IST

বটদ্ৰৱাৰ ৰাইডঙীয়াৰ এটা পৰিয়ালৰ প্ৰশংসনীয় পদক্ষেপ ৷ আৰ্তজনৰ মাজত বিলালে খাদ্য সামগ্ৰী ৷

batadrava-food-distribution-padum-borah
বটদ্ৰৱাত শতাধিক লোকক খাদ্য সামগ্ৰী যাোগান এটা পৰিয়ালৰ

বটদ্ৰৱা 16 এপ্ৰিল : সমগ্ৰ দেশ এতিয়া লক ডাউনৰ কবলত ফলত একাংশ খাতি খােৱা লোকৰ পানীত হাঁহ নচৰা অবস্থাৰ সৃষ্টি হৈছে। খাদ্যৰ সংকটত পৰিছে দৰিদ্ৰ জনসাধাৰণ।

তাতে বাপতি সাহোন ৰঙালি বিহু। বিহুত এই সকল লোকৰ দুখত সমভাগী হ'বলৈ কাষ চাপি আহিল বটদ্ৰৱাৰ ৰাইডঙীয়াৰ এটি পৰিয়াল। ৰাইডঙীয়া ৰজাগাঁৱৰ ব্যৱসায়ী তথা সমাজকৰ্মী পদুম বৰাই মাতৃ,পত্নী,জীয়ৰীৰ সহযোগত অঞ্চলটোৰ শতাধিক দৰিদ্ৰ লোকক খাদ্য সামগ্ৰী যাোগান ধৰে ৷

লগতে পঢক : লকডাউন বৃদ্ধি : হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ এজনৰ মৃত্যু !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.