ETV Bharat / state

সোনাই নৈত উদ্ধাৰ যুৱকৰ মৃতদেহ

author img

By

Published : Aug 16, 2019, 8:29 AM IST

সোনাই নৈৰ পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ শিৱ হাজৰিকা নামৰ এজন যুৱকৰ মৃতদেহ ৷

সোণাই নৈত উদ্ধাৰ যুৱকৰ মৃতদেহ

বটদ্ৰৱা,16আগষ্ট : বৃহস্পতিবাৰে নিশা বটদ্ৰৱাত উদ্ধাৰ হয় এজন যুৱকৰ মৃতদেহ ৷ সোনাই নৈৰ পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো ৷ উদ্ধাৰ হোৱা মৃতদেহটো ৰাইদঙীয়াৰ শ্যাম কলীয়া গাঁৱৰ যুৱক শিৱ হাজৰিকা বুলি চিনাক্ত কৰা হৈছে ৷

সোণাই নৈত উদ্ধাৰ যুৱকৰ মৃতদেহ

উল্লেখ্য যে,স্বাধীনতা দিৱসৰ বাবে সমনীয়াৰ সৈতে ভোজ-ভাত খাবলৈ গৈছিল যুৱকজনে ৷ স্থানীয় ৰাইজৰ সন্দেহ সোনাই নৈত যুৱকজন পৰি যায় আৰু মৃত্যু হয় যুৱকজনৰ ৷ ইফালে, জাজৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ পঠিয়ায় ৷

Intro:স্বাধীনতা দিৱসৰ আনন্দ উল্লাসৰ মাজতেই বটদ্ৰৱাৰ সোনাই নৈত উদ্ধাৰ যুৱকৰ মৃতদেহ ।Body:স্বাধীনতা দিৱসৰ উলহ-মালহৰ মাজতেই দিনাই বটদ্ৰৱাত উদ্ধাৰ যুৱকৰ মৃতদেহ। সোনাই নৈৰ পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ মৃতদেহটো । উদ্ধাৰ হোৱা মৃতদেহটো ৰাইডঙীয়া শ্যাম কলীয়া গাঁৱৰ যুৱক শিৱ হাজৰিকা বুলি চিনাক্ত । স্বাধীনতা দিৱস উপলক্ষে সমনিয়াৰ সৈতে ভূজ ভাত খাই আনন্দ স্ফূর্তি কৰি থকা সময়তে পানীত পৰাৰ সন্দেহ স্থানীয় ৰাইজৰ । ঘটনাস্থলীত জাজৰি আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্রেৰণ কৰিছে নগাৱঁলৈ ।________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.