ETV Bharat / state

ধিঙত নাগৰিকত্ব সংশোধনী আইন বিৰুদ্ধে গণ সত্যাগ্ৰহ

author img

By

Published : Dec 16, 2019, 9:09 PM IST

নগাঁও জিলাৰ ধিঙত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত নাগৰিকত্ব সংশোধনী আইন বিৰুদ্ধে সহস্ৰাধিক লোকৰ প্ৰতিবাদী সমদল ৷

BATADRAVA CAA PROTEST
ধিঙত নাগৰিকত্ব সংশোধনী আইন বিৰুদ্ধে গণ সত্যাগ্ৰহ

বটদ্ৰৱা,16 ডিচেম্বৰ: সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাৰ ধিঙত নাগৰিকত্ব সংশোধনী আইন বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত মৰ্মে সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ। ধিঙৰ শ্ৰী শ্ৰী জগন্নাথ মন্দিৰ খেলপথাৰৰ পৰা হাজাৰ হাজাৰ জনতাই হাতে হাতে বেনাৰ প'ষ্টাৰ লৈ চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল কৰি তোলে ধিঙৰ ৰাজপথ। লগতে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ধিং ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত হাজাৰ হাজাৰ লোক উপস্থিত হৈ স্মাৰক পত্ৰ প্ৰদান কৰে ৷

BATADRAVA CAA PROTEST
ধিঙত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত নাগৰিকত্ব সংশোধনী আইন বিৰুদ্ধে সহস্ৰাধিক লোকৰ প্ৰতিবাদী সমদল

লগতে পঢ়ক:অব্যাহত আছে গণসংগ্ৰাম : চৰকাৰৰ বিৰুদ্ধে ক্ষোভ অসমীয়াৰ

Intro:ধিঙত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত হাজাৰ হাজাৰ লোকৰ প্ৰতিবাদী সমদল । Body:সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাৰ ধিঙতো সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত মৰ্মে সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ন । ধিঙৰ শ্ৰী শ্ৰী জগন্নাথ মন্দিৰ খেলপথাৰৰ পৰা হাজাৰ হাজাৰ জনতাই হাতে হাতে বেনাৰ পোষ্টাৰ লৈ চৰকাৰ বিৰোধী শ্লগানেৰে উত্তাল কৰি তোলে ধিঙৰ ৰাজপথ । নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ধিং ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত হাজাৰ হাজাৰ লোক উপস্থিত হৈ স্মাৰক পত্ৰ প্ৰদান কৰে ।__________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.