ETV Bharat / state

বটদ্ৰৱাত গ্ৰাহকৰ ধন আত্মসাৎ কৰি ৰঙাঘৰৰ আলহী অসম গ্ৰামীন বিকাশ বেংকৰ কৰ্মচাৰী

গ্ৰাহকৰ ধন আত্মসাৎ কৰা অভিযোগত বটদ্ৰৱাত ৰঙাঘৰৰ আলহী হ'ল অসম গ্ৰামীন বিকাশ বেংকৰ তিনিজনকৈ কৰ্মচাৰী । ধৃত কৰ্মচাৰী কেইজন বেংকটোৰ কোষাধ্যক্ষ গৌৰৱ কুঞ্জ , শাখা পৰিচালক পি কে মহন্ত আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ৰাজু নাথ ।

author img

By

Published : May 31, 2019, 6:57 AM IST

বটদ্ৰৱাত গ্ৰাহকৰ ধন আত্মসাৎ কৰি ৰঙাঘৰৰ আলহী অসম গ্ৰামীন বিকাশ বেংকৰ কৰ্মচাৰী

বটদ্ৰৱা, 31 মে' : নাচিৰউদ্দিন নামৰ গ্ৰাহকজনে বটদ্ৰৱা অসম গ্ৰামীণ বিকাশ বেংকৰ একাউণ্টত জমা থোৱা ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰি বেংক কৰ্মচাৰী ৰাজু নাথ আৰু গৌৰৱ কুঞ্জ বিৰুদ্ধে বটদ্ৰৱা থানত ৰুজু কৰিছিল গোচৰ । উক্ত গোচৰৰ ভিত্তিত বটদ্ৰৱা আৰক্ষীয়ে ৰাজু নাথ, গৌৰৱ কুঞ্জ আৰু পি কে মহন্তক আটক কৰি অব্যহত ৰাখিছে মাৰাথন জেৰা । অসম গ্ৰামীন বিকাশ বেংকৰ শাখা পৰিচালক পি কে মহন্তই পূৰ্বে ৰাজু নাথে গ্ৰাহকৰ ধন আত্মসাৎ কৰা অভিযোগ উচ্চতম কৰ্তৃপক্ষক জনোৱাৰ পিছতো ৰাজুৰ বিৰুদ্ধে কোনো ব্যৱস্থা নোলোৱাৰ বিস্ফোৰক মন্তব্য কৰে ।

Intro:বটদ্ৰৱাত গ্ৰাহকৰ ধন আত্মসাৎ কৰি ৰঙাঘৰৰ আলহী হল অসম গ্ৰামীন বিকাশ বেংকৰ তিনিজনকৈ কৰ্মচাৰী ।Body:গ্ৰাহকৰ ধন আত্মসাৎ কৰা অভিযোগত বটদ্ৰৱাত ৰঙাঘৰৰ আলহী হল বেংকৰ তিনিজনকৈ কৰ্মচাৰী । ধৃত কৰ্মচাৰী কেইজন বটদ্ৰৱা অসম গ্ৰামীন বিকাশ বেংকৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ৰাজু নাথ , কোষাধ্যক্ষ গৌৰৱ কুঞ্জ , শাখা পৰিচালক পি কে মহন্ত । নাচিৰ উদ্দিন নামৰ গ্ৰাহকজনে বটদ্ৰৱা অসম গ্ৰামীণ বিকাশ বেংকত থকা নিজৰ একাউণ্টত জমা থোৱা ধন আত্মসাৎ কৰাৰাৰ অভিযোগ উথ্থাপন কৰি বেংক কৰ্মচাৰী ৰাজু নাথ আৰু গৌৰৱ কুঞ্জ বিৰুদ্ধে গ্ৰাহক গৰাকীয়ে বটদ্ৰৱা থানত ৰুজু কৰিছিল গোচৰ । উক্ত গোচৰৰ ভিত্তিত বটদ্ৰৱা আৰক্ষীয়ে ৰাজু নাথ, গৌৰৱ কুঞ্জ আৰু পি কে মহন্তক আটক কৰি অব্যহত ৰাখিছে মাৰাথন জেৰা । ইফালে অসম গ্ৰামীন বিকাশ বেংকৰ শাখা পৰিচালকে পূৰ্বেও গ্ৰাহকৰ ধন আত্মসাৎ কৰা অভিযোগ থকা ৰাজু নাথৰ বিৰুদ্ধে শাখা পৰিচালক গৰাকীয়ে উচ্চতম কৰ্তৃপক্ষক জনোৱাৰ পিছতো ৰাজুৰ বিৰুদ্ধে কোনো ব্যৱস্থা নোলোৱাৰ বিস্ফোৰক মন্তব্য কৰে । ৰক্ষকেই ভক্ষক হৈ গ্ৰাহকৰ কষ্টোপাৰ্জীত ধন এইদৰে ধন আত্মসাৎ কৰাকলৈ চিন্তিত হৈ পৰিছে বেংকৰ গ্ৰাহক সকল ।এই ধন আত্মসাতৰ লগত আৰু বেংকৰ বিষয়া কৰ্মচাৰী জৰিত থকাৰ সন্দেহ স্থানীয় ৰাইজৰ । আৰক্ষীৰ তদন্তত হে ওলাব প্ৰকৃত ৰহস্য ৷_________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.