ETV Bharat / state

ধিঙত গছ পৰি মৃত্যু বৃদ্ধৰ - চিকিৎসাধীন অৱস্থাতে বৃদ্ধ জনৰ মৃত্যু

ধিঙৰ পুঠিমাৰীত গছ পৰি মৃত্যু আব্দুল খালেক নামৰ এজন বৃদ্ধৰ ৷ বৃদ্ধ জনক চিকিৎসাৰ বাবে নগাঁৱলৈ নিয়ে যদিও চিকিৎসাধীন অৱস্থাতে বৃদ্ধ জনৰ মৃত্যু ঘটে ৷

ধিঙত গছ পৰি মৃত্যু বৃদ্ধৰ
author img

By

Published : Sep 12, 2019, 9:21 PM IST

বটদ্ৰৱা,12ছেপ্টেম্বৰঃ

  • ধিঙৰ পুঠিমাৰীত গছ পৰি এজন বৃদ্ধৰ মৃত্যু
  • মৃত বৃদ্ধ জন আব্দুল খালেক
  • নিজ গৃহত এজোপা জামুক গছ কাটি থকা অৱস্থাত হঠাৎ গছৰ ডালে আব্দুল খালেকক আঘাত কৰে
  • ফলত বৃদ্ধ জনৰ অণ্ডকোষ আৰু পাকস্থলীত বেয়াকৈ আঘাত প্ৰাপ্ত হয়
  • বৃদ্ধ জনক চিকিৎসাৰ বাবে নগাঁৱলৈ নিয়ে যদিও চিকিৎসাধীন অৱস্থাতে বৃদ্ধ জনৰ মৃত্যু ঘটে

Intro:ধিঙৰ ডুমডুমীয়াত গছ পৰি মৃত্যু এজন বৃদ্ধৰ ।Body:ধিঙৰ ডুমডুমীয়াৰ পুঠিমাৰীত গছ পৰি এজন বৃদ্ধৰ মৃত্যু। মৃত বৃদ্ধ জন আব্দুল খালেক । ডুমডুমীয়াৰ পুঠিমাৰী গাৱত বৃহস্পতিবাৰে আব্দুল খালেকৰ নিজৰ চোতালৰ এজোপা জামুক গছ কটি থকা অৱস্থাত হথাত গছৰ ডাল পিছলি গৈ প্ৰায় আঠ ফুট দুৰত থকা আব্দুল খালেক নামৰ ৮০ বছৰীয়া বৃদ্ধ জনক আঘাত কৰে। ফলত বৃদ্ধ জনৰ অণ্ডকোষ আৰু পাকস্থলীত বেয়াকৈ আঘাত প্ৰাপ্ত হয়। লগে-লগে পৰিয়ালৰ লোকে বৃদ্ধ জনক চিকিৎসাৰ বাবে নগাঁৱালৈ নিয়ে যদিও চিকিৎসাধীন অৱস্থাতে বৃদ্ধ জনৰ মৃত্যু হয়। গছ পৰি হৎথাত মৃত্যুক সাবটি লোৱা বৃদ্ধ জনৰ মৃত্যুত সমগ্র অঞ্চলটোতে পৰিছে শোকৰ ছাঁ ।__________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.