ETV Bharat / state

আবতৰীয়া বানত ডুবিল বঢ়মপুৰৰ বিস্তীৰ্ণ অঞ্চল

author img

By

Published : Oct 26, 2019, 8:41 PM IST

Updated : Oct 26, 2019, 8:53 PM IST

বৰপানী নৈৰ বাঢ়নী পানীয়ে ভাঙি নিলে বঢ়মপুৰৰ কচুৱা মাধৱপাৰা মথাউৰি ৷ দুদিন ধৰি হোৱা আবতৰীয়া নেৰানেপেৰা বৰষুণৰ ফলত জলমগ্ন হৈ পৰে বিস্তীৰ্ণ অঞ্চল ৷

আবতৰীয়া বানত ডুবিল বঢ়মপুৰৰ বিস্তীৰ্ণ অঞ্চল

বঢ়মপুৰ, 26 অক্টোবৰঃ বৰপানী নৈৰ বাঢ়নী পানীয়ে ভাঙি নিলে বঢ়মপুৰৰ কচুৱা মাধৱপাৰা মথাউৰি ৷ দুদিন ধৰি হোৱা আবতৰীয়া নেৰানেপেৰা বৰষুণৰ ফলত বৰপানী নৈৰ পানী বৃদ্ধি হৈ কচুৱা মাধৱপাৰা মথাউৰি চিঙি যোৱাত জলমগ্ন হৈ পৰে বিস্তীৰ্ণ অঞ্চল ৷ বঢ়মপুৰ অঞ্চলৰ কচুৱা, মাধৱপাৰা,ৰমনীপথাৰ অঞ্চলৰ হাজাৰ হাজাৰ বিঘা কৃষি ভূমি বুৰাই পেলাই বৰপানী নৈৰ বাঢ়নী পানীয়ে ৷ এই আবতৰীয়া বানে হাঁহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে কৃষকসকলৰ মাজত ৷ অতি শীঘ্ৰেই প্ৰশাসনৰ সহায় বিচাৰিছে ভুক্তভোগী ৰাইজে ৷

আবতৰীয়া বানত ডুবিল বঢ়মপুৰৰ বিস্তীৰ্ণ অঞ্চল

আৰু পঢ়কঃ কৃত্ৰিম বানৰ কৱলত মাইবং চহৰ

Intro:বৰপানী নৈৰ বাঢ়নী পানীয়ে ভাঙি নিলে বঢ়মপুৰৰ কচুৱা মাধৱপাৰা মাথাউৰি ৷

Anchor = দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুনৰ ফলত বৰপানী নৈ বাঢ়ি ভাঙি নিয়ে কচুৱা মাধৱ পাৰা মাথাউৰি ৷ কচুৱা মাধৱপাৰাত বৰপানী নৈৰ মাথাউৰি ছিঙি যোৱাত বিস্তৃৰ্ন অঞ্চল জলমগ্ন হৈ পৰে ৷ কচুৱা, মাধৱপাৰা, ৰমনীপথাৰ অঞ্চলৰ হাজাৰ হাজাৰ বিঘা কৃষি ভুমি বৰ্তমান পানী তলত ৷ শালি ধানৰ খেতিৰ গেৰ ধৰা সময়তে বানপানী হোৱাত মুৰে কঁপালে হাত দিব লগা হৈছে কৃষক সকলে ৷

Body:বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
Last Updated : Oct 26, 2019, 8:53 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.