ETV Bharat / state

পঞ্চভূতত বিলীন হ'ল অসমৰ সেনা চুবেদাৰ প্ৰদীপ ভূঞা - হিমাচল প্ৰদেশ

সামৰিক বিষয়া সকলে মৃত জোৱান গৰাকীক গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰত শেষ শ্ৰদ্ধা নিবেদন কৰাৰ পাচত মঙলবাৰে মাজ নিশা প্ৰায় এক বজাত কলিয়াবৰৰ মিছাৰ বাসগৃহ আহি পায়হি প্ৰদীপ ভূঞাৰ মৃতদেহ ।

পঞ্চভূতত বিলীন হ'ল অসমৰ সেনা চুবেদাৰ প্ৰদীপ ভূঞা
author img

By

Published : Jul 17, 2019, 8:18 AM IST

কলিয়াবৰ,১৭ জুলাই: মঙলবাৰে মাজ নিশা এক শোকাকূল পৰিৱেশৰ মাজত সম্পূৰ্ণ সামৰিক মৰ্যদাৰে অসমৰ সেনা চুবেদাৰ প্ৰদীপ ভূঞাৰ শেষকৃত্য সম্পন্ন কৰা হয়। হিমাচল প্ৰদেশত কৰ্মৰত অৱস্থাত ভূমিস্খলনত মৃত্যু হৈছিল চুবেদাৰ প্ৰদীপ ভূঞাৰ।

পঞ্চভূতত বিলীন হ'ল অসমৰ সেনা চুবেদাৰ প্ৰদীপ ভূঞা

সামৰিক বিষয়াসকলে মৃত জোৱান গৰাকীক গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰত শেষ শ্ৰদ্ধা নিবেদন কৰাৰ পাচত মঙলবাৰে মাজ নিশা প্ৰায় এক বজাত কলিয়াবৰৰ মিছাৰ বাসগৃহ আহি পায়হি প্ৰদীপ ভূঞাৰ মৃতদেহ। মৃত জোৱান গৰাকীৰ দুই কন্য সুমন জ্যোতি ভূঞা আৰু দীক্ষিতা ভূঞাই‌ তেওঁৰ মুখাগ্নি কৰে। উল্লেখ্য যে যোৱা ১৪ জুলাইত হিমাচল প্ৰদেশৰ ৰাজধানী চিমলাৰ পৰা ৪৫ কিলোমিটাৰ নিলগৰ চ'লানত হোৱা এক ভয়ানক ভূমিস্খলনৰ ফলত কেইবাটাও বাসগৃহ খহি পৰিছিল । সেই বাসগৃহ সমূহৰ ধ্বংসস্তুপৰ মাজতে আন ১৪ জন লোকৰ সৈতে উদ্ধাৰ হৈছিল সেনা জোৱান প্ৰদীপ ভূঞাৰ মৃতদেহ । ১৯৮৮ চনত চতুৰ্থ অসম ৰেজিমেণ্টত যোগদান কৰা মিছাৰ ভূঞাপট্টীৰ নিৱাসী প্ৰয়াত ভূঞা শেহতীয়াকৈ চুবেদাৰ পদলৈ পদোন্নতি হৈছিল।

Intro:হিমাচল প্ৰদেশত কৰ্মৰত অৱস্থাত ভূমিস্খলনত মৃত‍্যু হোৱা অসমৰ সেনা চুবেদাৰ প্ৰদীপ ভূঞাৰ সম্পূৰ্ণ সামৰিক মৰ্য‍্যাদাৰে শেষকৃত‍্য সম্পন্ন

মৃত জোৱানগৰাকীক গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জ‍্যাতিক বিমান বন্দৰত সামৰিক বিষয়াসকলে শেষ শ্ৰদ্ধা নিবেদন কৰাৰ পিচত মাজ নিশা প্ৰায় এক বজাত কলিয়াবৰৰ মিছাৰ বাসগৃহ আহি পায়হি প্ৰদীপ ভূঞাৰ মৃতদেহ।Body:এক শোকাকূল পৰিৱেশৰ মাজত সম্পূৰ্ণ সামৰিক মৰ্য‍্যাদাৰে প্ৰদীপ ভূঞাৰ শেষকৃত‍্য সম্পন্ন কৰা হয়। মুখাগ্নি কৰে দুই কণ‍্যা সুমন জ‍্যোতি ভূঞা আৰু দিক্ষিতা ভূঞাই‌।

উল্লেখযোগ‍্য যে, কলিয়াবৰ মহকুমাৰ মিছা নিৱাসী চুবেদাৰ প্ৰদীপ ভূঞাৰ মৃতদেহ হিমাচল প্ৰদেশত হোৱা এক ভূমি স্খলনৰ ফলত খহি পৰা অট্টালিকাৰ মাজত আন চৈধ‍্যজন লোকৰ সৈতে উদ্ধাৰ হৈছিল

এই ঘটনা যোৱা ১৪ জুলাইৰ
হিমাচল প্ৰদেশৰ ৰাজধানী চিমলাৰ পৰা ৪৫ কি: মি: নিলগৰ চ'লানত হোৱা ভয়ানক ভূমি স্খলনৰ ফলত খহি পৰিছিল কেইবাটাও বাসগৃহ।

সেই বাসগৃহ সমূহৰ ধ্বংস স্তুপৰ মাজতে উদ্ধাৰ হৈছিল সেনা জোৱান প্ৰদীপ ভূঞাৰ মৃতদেহ।

১৯৮৮ চনত চতুৰ্থ অসম ৰেজিমেণ্টত যোগদান কৰা মিছাৰ ভূঞাপট্টীৰ নিৱাসী প্ৰয়াত ভূঞা শেহতীয়াকৈ চুবেদাৰ পদলৈ পদোন্নিত হৈছিল।Conclusion:visuals
bite
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.