ETV Bharat / state

নগাঁৱৰ কলঙত অচিনাক্ত মৃতদেহ উদ্ধাৰ - মৃতদেহ

মৃতদেহটো পুৰুষ লোকৰ বুলি নিশ্চিত কৰে আৰক্ষীয়ে

নগাঁৱৰ কলঙত অচিনাক্ত মৃতদেহ উদ্ধাৰ
author img

By

Published : May 17, 2019, 11:12 PM IST

  • শুকুৰবাৰে নগাঁৱৰ কলং ৰেষ্ট্ৰোৰেণ্টৰ সমীপৰ কলঙত উদ্ধাৰ অচিনাক্ত মৃতদেহ
  • পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো
  • ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে
  • মৃতদেহটো পুৰুষ লোকৰ বুলি নিশ্চিত কৰে আৰক্ষীয়ে
  • পৰৱৰ্তী সময়ত মৃতদেহটো মৰুনোত্তৰৰ ব্যৱস্থা কৰা হয়
    নগাঁৱৰ কলঙত অচিনাক্ত মৃতদেহ উদ্ধাৰ

  • শুকুৰবাৰে নগাঁৱৰ কলং ৰেষ্ট্ৰোৰেণ্টৰ সমীপৰ কলঙত উদ্ধাৰ অচিনাক্ত মৃতদেহ
  • পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো
  • ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে
  • মৃতদেহটো পুৰুষ লোকৰ বুলি নিশ্চিত কৰে আৰক্ষীয়ে
  • পৰৱৰ্তী সময়ত মৃতদেহটো মৰুনোত্তৰৰ ব্যৱস্থা কৰা হয়
    নগাঁৱৰ কলঙত অচিনাক্ত মৃতদেহ উদ্ধাৰ

Intro:নগাঁৱৰ কলঙত অচিনাক্ত মৃতদেহ উদ্ধাৰ।


Body:নগাঁৱৰ কলঙত শুক্ৰবাৰে বিয়লি উদ্ধাৰ হয় এটা অচিনাক্ত মৃতদেহ। নগাঁৱৰ কলং ৰেষ্ট্ৰোৰেণ্টৰ সমীপত কলঙত উদ্ধাৰ হয় মৃতদেহটো। নগাওঁ সদৰ আৰক্ষী থানাৰ আৰক্ষী উপস্থিত হয় মৃতদেহটো উদ্ধাৰ কৰি ব্যৱস্থা কৰে মৰুনোত্তৰ পৰীক্ষাৰ। মৃতদেহটো চিনাক্ত হোৱা নাই যদিও পুৰুষ লোকৰ মৃতদেহ বুলি নিশ্চিত কৰিছে আৰক্ষীয়ে। পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহটো মৰুনোত্তৰ পৰীক্ষাৰ পিছতহে নিশ্চিত হব কি অৱস্থাত মৃত্যু হল লোকজনৰ।
bite. oc
----------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
১৭-৫-১৯


Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.