ETV Bharat / state

উত্তৰ পূৱ ভাৰত আমিৰে শ্বৰীয়তৰ মুফটি খাইৰুল ইছলামৰ দেহাৱসান

author img

By

Published : Jul 2, 2020, 12:10 PM IST

মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৪ বছৰ । সৰ্বভাৰতীয় জমিয়ত উলামাৰ উপ-সভাপতি আছিল প্ৰয়াত মুফটি খাইৰুল ইছলাম।

উত্তৰ পূৱ ভাৰত আমিৰে শ্বৰীয়তৰ মুফটি খাইৰুল ইছলামৰ দেহাৱসান
উত্তৰ পূৱ ভাৰত আমিৰে শ্বৰীয়তৰ মুফটি খাইৰুল ইছলামৰ দেহাৱসান

নগাঁও, 2 জুলাইঃ উত্তৰ পূৱ ভাৰত আমিৰে শ্বৰীয়ত মুফটি খাইৰুল ইছলামৰ পৰলোক। উত্তৰ পূৱ ভাৰতৰ আমিৰে শ্বৰিয়ত,ধৰ্মীয় গুৰু মুফতি খাইৰুল ইছলাম চাহাবৰ দেহাৱসান । আজি পুৱা ৯.৪৫ বজাত নগাৱঁৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত বাৰ্ধক্যজনিত কাৰণত শেষ নিশ্বাস ত্যাগ কৰে । মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৪ বছৰ । সৰ্বভাৰতীয় জমিয়ত উলামাৰ উপ-সভাপতি আছিল প্ৰয়াত মুফটি খাইৰুল ইছলাম। তেখেতৰ মৃত্যুত সমগ্ৰ উত্তৰ পূর্বাঞ্চলৰ ইছলাম ধৰ্মাৱলম্বী লোকৰ মাজত শোকৰ ছাঁ পৰিছে । ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ পিতৃ প্ৰয়াত মুফটি খাইৰুল ইছলাম ।

লগতে চাওকঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.