কলিয়াবৰ, 31 মাৰ্চঃ কলিয়াবৰ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে মৈৰাবাৰী ব্লক কংগ্ৰেছৰ উদ্যোগত ইন্দিৰা খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনী সভা ইতিমধ্যে বাতিল হয় ৷ প্ৰচণ্ড বৰষুণৰ বাবে সভাস্থলীত পানী জমা হয় ফলত বাতিল কৰিবলগীয়া হয় এই নিৰ্বাচন সভা ৷ জানিব পৰা মতে সভাখনৰ মুখ্য অতিথিআছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ,প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন,বিধায়ক নুৰুল হুদা ৷
বৰষুণৰ বাবে মৈৰাবাৰীত কংগ্ৰেছৰ সভা বাতিল - etv bharat
কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত মৈৰাবাৰী ব্লক কংগ্ৰেছত অনুষ্ঠিত হ’বলগীয়া কংগ্ৰেছৰ সভা বাতিল । বৰষুণৰ বাবে বাতিল এই সভা ৷
![বৰষুণৰ বাবে মৈৰাবাৰীত কংগ্ৰেছৰ সভা বাতিল](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2860270-903-546f6558-066c-4eb2-83ed-d5096a3d94a8.jpg?imwidth=3840)
বৰষুণৰ বাবে মৈৰাবাৰীত কংগ্ৰেছৰ সভা বাতিল
কলিয়াবৰ, 31 মাৰ্চঃ কলিয়াবৰ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে মৈৰাবাৰী ব্লক কংগ্ৰেছৰ উদ্যোগত ইন্দিৰা খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনী সভা ইতিমধ্যে বাতিল হয় ৷ প্ৰচণ্ড বৰষুণৰ বাবে সভাস্থলীত পানী জমা হয় ফলত বাতিল কৰিবলগীয়া হয় এই নিৰ্বাচন সভা ৷ জানিব পৰা মতে সভাখনৰ মুখ্য অতিথিআছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ,প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন,বিধায়ক নুৰুল হুদা ৷
বৰষুণৰ বাবে মৈৰাবাৰীত কংগ্ৰেছৰ সভা বাতিল
বৰষুণৰ বাবে মৈৰাবাৰীত কংগ্ৰেছৰ সভা বাতিল
Intro:কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ধিং সমষ্টিৰ মৈৰাবাৰীত আজি অনুষ্ঠিত হব লগা কংগ্ৰেছৰ সভা বাতিল ।Body:কলিয়াবৰ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে মৈৰাবাৰী ব্লক কংগ্ৰেছৰ উদ্দোগত ইন্দিৰা খেলপথাৰত অনুষ্ঠিত হব লগা নিৰ্বাচনী প্ৰচাৰ সভা খনৰ স্হলিত প্ৰচন্ড বৰষুনৰ পানী জমা হোৱাৰ কাৰনে সভা খন বাতিল কৰে।সভা খনত প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুণ গগৈ,প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেন,বিধায়ক নুৰুল হুদাৰ উপস্থিত থকাৰ কথা আছিল ।কিন্তু প্ৰকৃতিয়ে উক্ত নিৰ্বাচনী সভা খন মানি লোৱা নাই।আজি কংগ্ৰেছৰ সভা খনত ধিং সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা কংগ্ৰেছ প্ৰেমী ৰাইজৰ আগমন ঘটিছিল ।ধিং ৰ পৰা ছাইফুল ইছলাম,ইটিভি ভাৰতConclusion: