ETV Bharat / state

ভোট গণনাৰ বাবে সাজু কলিয়াবৰ মহকুমা প্ৰশাসন

author img

By

Published : May 19, 2019, 4:38 PM IST

পুৱা সাত বজাৰ পৰা মুঠ 14 খন টেবুলত ১৯১ টা ভোট গ্ৰহণ কেন্দ্ৰত ভোট গণনা আৰম্ভ হ'ব। প্ৰতিখন টেবুলত এজনকৈ পৰ্যবেক্ষক, সহকাৰী পৰ্যবেক্ষকৰ লগতে থকিব সুক্ষ্ম অৱলোকনকাৰী । ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে সুক্ষ্ম অৱলোকনকাৰীসকল ভাৰত চৰকাৰৰ বিষয়া অথবা ভাৰত চৰকাৰৰ উপক্ৰম বা অভিকৰণৰ হ'ব লাগিব । সেয়ে কলিয়াবৰ মহকুমাত বেংক বিষয়াক এই দায়িত্ব দিয়া হৈছে বুলি মহকুমাধিপতিয়ে জানিবলৈ দিয়ে ।

লোকসভা নিৰ্বাচনৰ ভোট গণনাৰ বাবে সাজু কলিয়াবৰ মহকুমা প্ৰশাসন

কলিয়াবৰ, 19 মেঃ দেশত চলি থকা সপ্তদশ লোকসভা নিৰ্বাচনৰ দেওবাৰে অন্ত পৰিব । 2৩ মে'ত হ'বলগীয়া ভোট গণনাৰ বাবে সকলো প্ৰকাৰে সাজু হৈ উঠিছে কলিয়াবৰ মহকুমা প্ৰশাসন ।
শনিবাৰে বিয়লি এক সংবাদ মেলত নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত, কলিয়াবৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা লোকসভা নিৰ্বাচনৰ ৮৯ নং বিধানসভা সমষ্টিৰ সহকাৰী ৰিটাৰ্নিং বিষয়া বিতুপন নেওগে মহকুমা প্ৰশাসনে লোৱা যাৱতীয় ব্যৱস্থাৰ বিষয়ে অৱগত কৰে ।

ভোট গণনাৰ বাবে সাজু কলিয়াবৰ মহকুমা প্ৰশাসন

পুৱা সাত বজাৰ পৰা মুঠ 14 খন টেবুলত ১৯১ টা ভোট গ্ৰহণ কেন্দ্ৰত ভোট গণনা আৰম্ভ হ'ব। প্ৰতিখন টেবুলত এজনকৈ পৰ্যবেক্ষক, সহকাৰী পৰ্যবেক্ষকৰ লগতে থকিব সুক্ষ্ম অৱলোকনকাৰী । ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে সুক্ষ্ম অৱলোকনকাৰীসকল ভাৰত চৰকাৰৰ বিষয়া অথবা ভাৰত চৰকাৰৰ উপক্ৰম বা অভিকৰণৰ হ'ব লাগিব । সেয়ে কলিয়াবৰ মহকুমাত বেংক বিষয়াক এই দায়িত্ব দিয়া হৈছে বুলি মহকুমাধিপতিয়ে জানিবলৈ দিয়ে ।

প্ৰতি ৰাউণ্ডৰ অন্তত ৰিটাৰনিং বিষয়াই 14 খন টেবুলত লাভ কৰা ভোটৰ সংখ্যা পৰীক্ষণৰ জৰিয়তে প্ৰকাশ কৰিব । ভি ভি পেট গণনাৰ অন্ততহে আনুষ্ঠানিকভাবে নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব। প্ৰতি ৰাউণ্ডৰ অন্তত প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীসকলে লাভ কৰা ভোটৰ সংখ‍্য "সুবিধা এপ"ৰ জৰিয়তে জনসাধাৰণে লাভ কৰিব পৰাকৈ নিৰ্বাচন আয়োগে ব‍্যৱস্থা গ্ৰণ কৰিছে। সংবাদ মেলত কলিয়াবৰ বিধান সভা সমষ্টিৰ লোকসভা নিৰ্বাচনত নিয়োজিত বিসয়াসকলো উপস্থিত থাকে।

Intro:অহা ২৩ মে' তাৰিখে সপ্তদশ দেশৰ লোকসভা নিৰ্বাচনৰ ভোট গণনা
কলিয়াবৰ মহকুমা প্ৰশাসন সাজুBody:দেশত চলি থকা সাতটা পৰ্য‍্যায়ত চলি থকা সপ্তদশ লোকসভা নিৰ্বাচন দেওবাৰে অন্ত পৰিব। অহা ২৩ মে' তাৰিখে আৰম্ভ হ'বলগীয়া ভোট গণনাৰ বাবে সকলো প্ৰকাৰে সাজু হৈ উঠিছে কলিয়াবৰ মহকুমা প্ৰশাসন।
শণিবাৰে বিয়লি এক সংবাদ মেলত নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত, কলিয়াবৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা লোকসভা নিৰ্বাচনৰ ৮৯ নং বিধান সভা সমষ্টিৰ সহকাৰী ৰিটাৰনিং বিষয়া বিতুপন নেওগে মহকুমা প্ৰশাসনে লোৱা যাৱতীয় ব‍্যৱস্থাৰ বিষয়ে অৱগত কৰে।
মুঠ চৈধ‍্যখন টেবুলত ১৯১ টা ভোট গ্ৰহণ কেন্দ্ৰ ভোট গণনা পুৱা সাত বজাৰ পৰা আৰম্ভ হ'ব। প্ৰতিখন টেবুলতে থাকিব এজনকৈ পৰ্য‍্যবেক্ষক আৰু সহকাৰী পৰ্য‍্যবেক্ষক। লগতে থকিব সুক্ষ্ম অৱলোকনকাৰী। ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে সুক্ষ্ম অৱলোকনকাৰীসকল ভাৰত চৰকাৰৰ বিষয়া অথবা ভাৰত চৰকাৰৰ উপক্ৰম বা অভিকৰণৰ হ'ব লাগে। সেয়ে কলিয়াবৰ মহকুমাত বেংক বিষয়াক এই দায়িত্ব দিয়া হৈছে বুলি মহকুমাধিপতিয়ে সংবাদসেৱীসকলক অৱগত কৰে। প্ৰতি ৰাউণ্ডৰ অন্তত চৈধ‍্যখন টেবুলত লাভ কৰা ভোটৰ সংখ‍্যা ৰিটাৰনিং বিষয়াই পৰীক্ষণৰ জৰিয়তে প্ৰকাশ কৰিব লোকসভাৰ প্ৰাৰ্থীসকলে লাভ কৰা ভোটৰ সংখ‍্যা। ইতিমধ‍্যে মাননীয় উচ্চতম ন‍্যায়ালয়ৰ নিৰ্দেশ মতে ভোটাৰ ভেৰিফাইড পেপাৰ অডিট ট্ৰেইল গণনা কৰিবলৈ পাঁচটা ভোট গ্ৰহণ কেন্দ্ৰ ই ভি এমৰ।ভোট গণনাৰ অন্তত লটাৰী যোগে নিৰ্দ্ধাৰণ কৰা হ'ব। ভি ভি পেট গণনাৰ অন্ততহে আনুষ্ঠানিকভাবে নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব। প্ৰতি ৰাউণ্ডৰ অন্তত প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীসকলে লাভ কৰা ভোটৰ সংখ‍্য "সুবিধা এপ"ৰ জৰিয়তে জনসাধাৰণে লাভ কৰিব পৰাকৈ নিৰ্বাচন আয়োগে ব‍্যৱস্থা গ্ৰণ কৰিছে। সংবাদ মেলত কলিয়াবৰ বিধান সভা সমষ্টিৰ লোকসভা নিৰ্বাচনত নিয়োজিত বিসয়াসকলো উপস্থিত থাকে।Conclusion:bites
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.