ETV Bharat / state

ছমাহে অসম্পূৰ্ণ কলিয়াবৰ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ - প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা

ছমাহতো সম্পূৰ্ণ নহ'ল কলিয়াবৰৰ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা বুঢ়াপাহাৰ চাহ বাগিছা হৈ নহৰু বস্তিলৈ মুঠ 1600 মিটাৰ দৈৰ্ঘৰ পথটো৷

ছমাহে অসম্পূৰ্ণ কলিয়াবৰ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ
author img

By

Published : Apr 6, 2019, 6:03 AM IST

কলিয়াবৰ, 5 এপ্ৰিলঃ বাৰিষা প্ৰায় সমাগত, কিন্তু ছমাহতো সম্পূৰ্ণ নহ'ল কলিয়াবৰৰ এটা পথ । প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা বুঢ়াপাহাৰ চাহ বাগিছা হৈ নহৰু বস্তিলৈ মুঠ 1600 মিটাৰ দৈৰ্ঘৰ পথটো 90.59 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণৰ ঠিকা লাভ কৰিছে মেচাৰ্চ এল. এ. এন্টাৰপ্ৰাইজে । ২০১৮ বৰ্ষৰ 5 অক্টোবৰত কাম আৰম্ভ কৰি পথ নিৰ্মাণ অৰ্দ্ধাংশও সম্পূৰ্ণ নকৰাত যমৰ যন্ত্ৰণা ভূগিবলগীয়া হৈছে বৃহত্তৰ অঞ্চলটোৰ শ্ৰমিক ৰাইজ, ছাত্ৰ-ছাত্ৰী তথা ৰোগীয়ে।

ছমাহে অসম্পূৰ্ণ কলিয়াবৰ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ

কিন্তু বিগত ছটা মাহে ঠিকাদাৰী প্ৰতিষ্ঠানে পথটো সম্পূৰ্ণ নকৰাত এজাক বৰষুণতে যন্ত্ৰণাময় হৈ উঠিছে অঞ্চলটোৰ লোকৰ জনজীৱন । ফলত গড়কাপ্তানী বিভাগ আৰু প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে অঞ্চলটোৰ ৰাইজ।

Intro:প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অসম্পূৰ্ণ পথ
কলিয়াবৰৰ বুঢ়াপাহাৰত সাতত্ৰিশ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা নহৰু বস্তিলৈ ষোল্লশ মিটাৰ পথ নিৰ্মাণৰ নামত ঠিকাদাৰী প্ৰতিষ্ঠান মেচাৰ্চ এল এ এন্টাৰ প্ৰাইজৰ কেৰামতালি

দূৰ্ভোগ শিক্ষাৰ্থী, শ্ৰমিক, ৰোগীৰ

গড়কাপ্তানী বিভাগ আৰু ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে অঞ্চলটোৰ ৰাইজৰ জাঙুৰ খাই উঠিছেBody:বাৰিষা প্ৰায় সমাগত, কিন্তু ছমাহতো সম্পূৰ্ণ নহ'ল কলিয়াবৰৰ এটা পথ। প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত সাতত্ৰিশ নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা বুঢ়াপাহাৰ চাহ বাগিছা হৈ নহৰু বস্তিলৈ মুঠ ষোল্লশ মিটাৰ দৈৰ্ঘৰ পথটো নব্বৈ দশমিক উনাষাঠি ( ₹ ৯০.৫৯.০০) লাখ টকাৰে নিৰ্মাণৰ ঠিকা লাভ কৰিছে মেচাৰ্চ এল. এ. এন্টাৰপ্ৰাইজে। ২০১৮ বৰ্ষৰ পাচঁ অক্টোবৰত কাম আৰম্ভ কৰি পথ নিৰ্মাণ অৰ্দ্ধাংশও সম্পূৰ্ণ নকৰাত যমৰ যন্ত্ৰণা ভূগিবলগীয়া হৈছে বৃহত্তৰ অঞ্চলটোৰ শ্ৰমিক ৰাইজ, ছাত্ৰ-ছাত্ৰী তথা ৰোগীয়ে। কিন্তু বিগত ছটা মাহে তদাৰকী গোট কলিয়াবৰ গ্ৰাম্যপথ সংমণ্ডল অথবা ঠিকাদাৰী প্ৰতিষ্ঠানে পথটো সম্পূৰ্ণ নকৰাত যাতায়ত একপ্ৰকাৰ এজাক বৰষুণতে যন্ত্ৰণাময় হৈ উঠিছে। গড়কাপ্তানী বিভাগ আৰু ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে অঞ্চলটোৰ ৰাইজৰ জাঙুৰ খাই উঠিছে।Conclusion:visuals/bites
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.