ETV Bharat / state

কলিয়াবৰ বিধানসভা সমষ্টিৰ পৰিসংখ্যা...

author img

By

Published : May 2, 2021, 2:06 PM IST

অব্যাহত আছে ভোটগণনা প্ৰক্ৰিয়া ৷ অসম বিধানসভা নিৰ্বাচন ২০২১ ৰ ফলাফলৰ দিশে আগবাঢ়িছে ৮৯ নং কলিয়াবৰ বিধানসভা সমষ্টি ৷

কলিয়াবৰ বিধানসভা সমষ্টিৰ পৰিসংখ্যা
কলিয়াবৰ বিধানসভা সমষ্টিৰ পৰিসংখ্যা

কলিয়াবৰ,2মে’: পুৱাৰে পৰা আৰম্ভ হৈছে অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা প্ৰক্ৰিয়া ৷ বৰ্তমানেও অব্যাহত আছে ভোট গণনা প্ৰক্ৰিয়া ৷

প্ৰাপ্ত তথ্য অনুসৰি, ৮৯ নং কলিয়াবৰ বিধানসভা সমষ্টিৰ পৰিসংখ্যা অনুসৰি মুঠ ভোটাৰৰ সংখ্যা ১,৪৬,৮৩২ গৰাকী ৷ তাৰে পুৰুষ ভোটাৰৰ সংখ্যা ৭৩,৩০৪ গৰাকী, মহিলা ভোটাৰ সংখ্যা ৭৩,৫২২ গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা ৬ ৷ ইয়াৰে মুঠ ভোট কেন্দ্ৰৰ সংখ্যা ২০৬ টা ৷

ইয়াৰে মুঠ ভোটদান কৰা ভোটাৰৰ সংখ্যা ১২২৮৪৩ গৰাকী ৷ তাৰে পুৰুষ ভোটাৰ ৬১২৮১ গৰাকী আৰু মহিলা ভোটাৰ সংখ্যা ৬১৫৬২ গৰাকী ৷ ভোটদানৰ শতাংশৰ হাৰ ৮৩.৬৬% ৷

ইফালে 89 নং কলিয়াবৰ বিধানসভা সমষ্টিৰ প্ৰথম ৰাউণ্ডৰ ভোটগণনা সমাপ্ত ৷ 4,224 টা ভোটত অগ্ৰগতি লাভ অগপ প্ৰাৰ্থী কেশৱ মহন্তৰ ৷

লগতে পঢ়ক: পঞ্চম ৰাউণ্ডৰ অন্তত 15,074 ভোটত অগ্ৰগতি সৰ্বানন্দ সোণোৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.