ETV Bharat / state

নগাঁৱত প্ৰাপ্য বিচাৰি আশা কৰ্মীৰ বিক্ষোভ কাৰ্যসূচী - নগাঁৱত প্ৰাপ্য বিচাৰি আশা কৰ্মীৰ বিক্ষোভ কাৰ্য্যসূচী

বৃহস্পতিবাৰে নগাঁৱত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে আশা কৰ্মীসকলে। ৰাজ্যিক আশা ইউনিয়ন (চি আই টি ইউ) ৰ উদ্যোগত নগাঁও কলেজ পইণ্টত ৰূপায়ন কৰে প্ৰতিবাদী কাৰ্যসূচী ৷

নগাঁৱত প্ৰাপ্য বিচাৰি আশা কৰ্মীৰ বিক্ষোভ কাৰ্য্যসূচী

author img

By

Published : Oct 1, 2020, 10:45 PM IST

নগাঁও, 1 অক্টোবৰ : নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে প্ৰাপ্য দৰমহা আদায়ৰ দাবীত নগাঁৱত আশা কৰ্মীৰ বিক্ষোভ কাৰ্যসূচী।

নগাঁৱত  আশা কৰ্মীৰ বিক্ষোভ কাৰ্য্যসূচী
নগাঁৱত আশা কৰ্মীৰ বিক্ষোভ কাৰ্যসূচী

কৰ'ণা মহামাৰীৰ সময়ত ভয় আতংকৰ মাজেৰেও নিজৰ দায়িত্ব পালন কৰি অহা আশা কৰ্মীসকলক চৰকাৰে অৱহেলা কৰাৰ অভিযোগেৰে বৃহস্পতিবাৰে নগাঁৱত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে আশা কৰ্মীসকলে। ৰাজ্যিক আশা ইউনিয়ন (চি আই টি ইউ) ৰ উদ্যোগত নগাঁও কলেজ পইণ্টত ৰূপায়ন কৰে এই প্ৰতিবাদী কাৰ্যসূচী। সমদল কৰি প্ৰতিবাদকাৰী আশা কৰ্মীসকল উপস্থিত হয় নগাঁও জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত ।

নগাঁৱত  আশা কৰ্মীৰ বিক্ষোভ কাৰ্য্যসূচী
নগাঁৱত আশা কৰ্মীৰ বিক্ষোভ কাৰ্যসূচী

আশা কৰ্মীসকলক বিগত কেইবামাহ ধৰি দৰমহা আদায় নিদিয়াৰ অভিযোগ উত্থাপন কৰে আশা কৰ্মীসকলে। লগতে আশা কৰ্মীসকলৰ সামাজিক সুৰক্ষা আৰু নিৰাপত্তা প্ৰদানৰ দাবীত যুটীয়া স্বাস্থ্য সঞ্চালকক প্ৰদান কৰে এখনি স্মাৰক পত্ৰ ।

লগতে পঢ়ক : ডিলাই আৰক্ষীৰ জালত চুৰি বিলাসী বাহনসহ এজন লোক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.