ETV Bharat / state

ধিঙৰ হাঁহচৰাত পিষ্টলসহ এটা সৰবৰাহকাৰী গ্ৰেপ্তাৰ - মাৰণাস্ত্ৰ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

ধিঙত মাৰণাস্ত্ৰ বিক্ৰী কৰিবলৈ আহি আৰক্ষীৰ জালত পৰিল এটা সৰবৰাহকাৰী । ধৃত সৰবৰাহকাৰীটোৰ নাম ছাহাবুদ্দিন । সৰবৰাহকাৰীটোৰ পৰা এটা পিষ্টল জব্দ কৰে আৰক্ষীয়ে ।

ধিঙত মাৰণাস্ত্ৰ বিক্ৰী কৰিবলৈ আহি আৰক্ষীৰ জালত পৰিল এটা সৰবৰাহকাৰী

author img

By

Published : Jan 28, 2021, 8:49 PM IST

ধিং, ২৮ জানুৱাৰী: ধিঙৰ হাঁহচৰাত এটা মাৰণাস্ত্ৰ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । মৰিগাঁও জিলাৰ বৰগড়জানৰ ছাহাবুদ্দিন নামৰ সৰবৰাহকাৰীটোৱে হাঁহচৰাত মাৰণাস্ত্ৰ বিক্ৰী কৰিবলৈ আহোঁতেই ভেলৌগুৰি থানাৰ আৰক্ষীয়ে হাতে-লোটে কৰায়ত্ত কৰে । পিষ্টলটোৰ মূল্য ৭০ হাজাৰ টকা নিৰ্ধাৰণ কৰিছিল সৰবৰাহকাৰীটোৱে । মায়ঙৰ পৰা পিষ্টল বিক্ৰী কৰিবলৈ আহিছিল ছাহাবুদ্দিন ।

ধিঙত মাৰণাস্ত্ৰ বিক্ৰী কৰিবলৈ আহি আৰক্ষীৰ জালত পৰিল এটা সৰবৰাহকাৰী
ধিঙত মাৰণাস্ত্ৰ বিক্ৰী কৰিবলৈ আহি আৰক্ষীৰ জালত পৰিল এটা সৰবৰাহকাৰী

এক গোপন সূত্ৰৰ পম খেদি মৰিগাঁও জিলাৰ উপ-আৰক্ষী অধীক্ষকৰ নেতৃত্বত ভেলৌগুৰি থানাৰ আৰক্ষীয়ে হাঁহচৰাত পিষ্টলসহ হাতে-লোটে ছাহাবুদ্দিনক কৰায়ত্ত কৰিবলৈ সক্ষম হয় । লগতে আৰক্ষীয়ে AS-12 J-3440 নম্বৰৰ এখন পালছাৰ বাইক আৰু এটা মোবাইল ফোন জব্দ কৰে ।

লগতে পঢ়ক:টোলগেটত বাধ্যতামুলক ফাষ্টটেগ; অন্যথা দিব লাগিব দুগুণ জৰিমনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.