ETV Bharat / state

নগাঁৱত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভা

নগাঁৱত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভাত আৰক্ষী অধীক্ষকৰ সাৱধানবাণী

নগাঁৱত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভা
author img

By

Published : Feb 9, 2019, 10:38 PM IST

নগাঁও, ৯ ফেব্ৰুৱাৰীঃ শনিবাৰে নগাঁৱৰ ছোটহয়বৰ অঞ্চলত একাংশ লোকৰ প্ৰচেষ্টাত অনুষ্ঠিত কৰা হয় ড্ৰাগছ বিৰোধী সজাগতা সভা । এই অনুষ্ঠানতেই অংশ গ্ৰহণ কৰি ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণৰ হুংকাৰ দিয়ে নগাঁও জিলা আৰক্ষী অধীক্ষক শংকৰ ব্ৰত ৰায় মেধিয়ে ।

নগাঁৱত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভা
undefined

নগাঁৱত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাবলৈ বিশেষ অভিযানকাৰী দল গঠন কৰাৰ সমান্তৰালকৈ এই সজাগতা সভা অনুষ্ঠিত কৰা হয় ।

ড্ৰাগছ বিৰোধী সজাগতা সভাত অংশগ্ৰহণ কৰি নগাঁও জিলা আৰক্ষী অধীক্ষকৰ লগতে নগাঁও মহাবিদ্যালয়ৰ অধ্যাপক চিন্তামণি শৰ্মাৰ লগতে বহু বিশিষ্ট ব্যক্তিয়ে ড্ৰাগছৰ ভয়াৱহতাৰ বিষয়ে আলোচনা কৰাৰ লগতে ড্ৰাগছৰ বিৰুদ্ধে সকলোকে একগোট হ'বলৈ আহ্বান জনায়।

উল্লেখযোগ্য যে নগাঁও চহৰৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ প্ৰয়োভৰে বিনষ্ট কৰিছে সামাজিক পৰিবেশ।

Intro:নগাঁৱত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভাত আৰক্ষী অধীক্ষকৰ সাৱধানবাণী।

Body:নগাঁৱৰ বিভিন্ন প্ৰান্তত বিভিন্ন অপৰাধৰ লগতে বিশেষকৈ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাবলৈ (SOT ) বিশেষ অভিযানকাৰী দল গঠন কৰাৰ সমান্তৰালকৈ সজাগতা সভাতো অংশগ্ৰহণ কৰি ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণৰ হুংকাৰ নগাওঁ জিলা আৰক্ষী অধীক্ষক শংকৰ ব্ৰত ৰায় মেধিৰ। শনিবাৰে নগাঁৱৰ ছোটহয়বৰ অঞ্চলত স্থানীয় বহু সচেতন লোকৰ আহ্বানত অনুষ্ঠিত হোৱা ড্ৰাগছ বিৰোধী সজাগতা সভাত অংশগ্ৰহণ কৰি নগাওঁ জিলা আৰক্ষী অধীক্ষকৰ লগতে নগাওঁ মহাবিদ্যালয়ৰ অধ্যাপক চিন্তামণি শৰ্মাৰ লগতে বহু বিশিষ্ট ব্যক্তিয়ে ড্ৰাগছৰ ভয়াবহতাৰ বিষয়ে আলোচনা কৰাৰ লগতে ড্ৰাগছৰ বিৰুদ্ধে সকলোকে একগোট হবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে নগাওঁ চহৰৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ প্ৰয়োভৰে বিনষ্ট কৰিছে সামাজিক পৰিবেশ।
bite, উদ্যোক্তা, আৰক্ষী অধীক্ষক।
--------------------- --------
ৰকিবুল ওৱাহিদ, নগাওঁ
৯-২-১৯

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.