বটদ্ৰৱা, 14 ফেব্ৰুৱাৰীঃ ধিঙত জ্বলিল স্থানীয় বিধায়ক আমিনুল ইছলামৰ প্ৰতিকৃতি । আহোম জনগোষ্ঠীৰ বিৰুদ্ধে বিৰূপ মন্তব্য প্ৰদান কৰা বিধায়ক গৰাকীৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্রান্তত প্ৰতিবাদ চলি থকাৰ মাজতে শুকুৰবাৰে গৃহ সমষ্টি ধিঙতো জ্বলিল ক্ষোভৰ জুই । ধিং আঞ্চলিক ছাত্ৰ সন্থাই বিধায়ক আমিনুল ইছলামৰ প্ৰতিকৃতি জ্বলাই সাব্যস্ত কৰিলে ৰাজপথত উত্তাল প্ৰতিবাদ। লগতে ভৱিষ্যতে এনেধৰণৰ সাম্প্ৰদায়িক মন্তব্যৰ পৰা বিৰত থাকিবলৈ সকিয়নী প্ৰদান কৰে সংগঠনটোৱে ।
গৃহ সমষ্টিত জ্বলিল আমিনুল ইছলামৰ প্ৰতিকৃতি
শুকুৰবাৰে নগাঁৱৰ ধিঙত জ্বলিল স্থানীয় বিধায়ক আমিনুৰ ইছলামৰ প্ৰতিকৃতি ৷ আহোম জনগোষ্ঠীৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰাৰ বাবেই ধিং আঞ্চলিক ছাত্ৰ সন্থাই জ্বলালে বিধায়ক গৰাকীৰ প্ৰতিকৃতি ৷