ETV Bharat / state

আন্তঃৰাজ্যিক পাৰ পত্ৰৰ দাবী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ

অসমৰ জাতি, মাটি, সম্পদ ৰক্ষাৰ বাবে প্ৰয়োজন আন্তঃৰাজ্যিক পাৰ পত্ৰৰ। দাবী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ।

author img

By

Published : Aug 22, 2019, 1:59 AM IST

আন্তঃৰাজ্যিক পাৰ পত্ৰৰ দাবী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ

নগাওঁ, 22 আগষ্টঃ অসমৰ জাতি, মাটি, সম্পদ ৰক্ষাৰ বাবে প্ৰয়োজন আন্তঃৰাজ্যিক পাৰ পত্ৰৰ। দাবী নগাওঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ।

অসমৰ মাটি, ভেটি আৰু সম্পদ ৰক্ষাৰ বাবে প্ৰয়োজন আন্তঃৰাজ্যিক পাৰ পত্ৰৰ। আন্তঃৰাজ্যিক পাৰ পত্ৰ প্ৰবৰ্তনৰ দাবীত বুধবাৰে জিলা উপায়ুক্তৰ জৰিয়তে প্ৰধান মন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে নগাওঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। উল্লেখযোগ্য যে, দীৰ্ঘদিনৰ পৰাই দ্বি নাগৰিকত্ব আৰু আন্তঃৰাজ্যিক পাৰ পত্ৰ প্ৰবৰ্তনৰ বাবে দাবী জনাই আহিছে সংগঠনটোৱে।

Intro:অসমৰ জাতি, মাটি, সম্পদ ৰক্ষাৰ বাবে প্ৰয়োজন আন্তঃৰাজ্যিক পাৰ পত্ৰৰ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ।

Body:অসমৰ মাটি, ভেটি আৰু সম্পদ ৰক্ষাৰ বাবে প্ৰয়োজন আন্তঃৰাজ্যিক পাৰ পত্ৰৰ। আন্তঃৰাজ্যিক পাৰ পত্ৰ প্ৰবৰ্তনৰ দাবীত বুধবাৰে জিলা উপায়ুক্তৰ জৰিয়তে প্ৰধান মন্ত্ৰীলৈ স্মৰকপত্ৰ প্ৰেৰণ কৰি মন্তব্য কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাওঁ জিলা সমিতিয়ে। দীৰ্ঘদিনৰ পৰাই সংগঠনটোৱে দ্বি নাগৰিকত্ব আৰু আন্তঃৰাজ্যিক পাৰ পত্ৰ প্ৰবৰ্তনৰ বাবে দাবী জনায় আহিছে।
bite
-------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
২১-৮-১৯

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.