ETV Bharat / state

কলিয়াবৰত অসম গণ পৰিষদ দলৰ "সদস্য ভৰ্তি অভিযান

author img

By

Published : Sep 15, 2019, 12:52 PM IST

অব্যাহত আছে অসম গণ পৰিষদৰ সদস্য ভৰ্তি অভিযান ৷ কলিয়াবৰত অসম গণ পৰিষদ দলৰ "সদস্য ভৰ্তি অভিযান"। কলিয়াবৰৰ কুঁৱৰীটোল স্থিত অগপৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় এই অনুষ্ঠানৰ ৷

অগপত নৱ প্ৰজন্মৰ ভালেমান যুৱক-যুৱতী যোগদান

নগাঁও, 15 ছেপ্তেম্বৰঃ 2021 চনৰ বিধানসভা নিৰ্বাচনলৈ এতিয়াৰ পৰাই কঁকালত টঙালি বান্ধিছে অসম গণ পৰিষদে ৷ ব্যাপক ৰূপত অব্যাহত আছে সদস্য ভৰ্তি অভিযান ৷ নগাঁৱৰ কলিয়াবৰত অসম গণ পৰিষদ দলৰ "সদস্য ভৰ্তি অভিযান"ৰ শুভাৰম্ভণী অনুষ্ঠান সম্পন্ন হয় । কলিয়াবৰৰ কুঁৱৰীটোল অগপৰ মুখ্য কাৰ্যালয়ত বিয়লি অনুষ্ঠিত হয় এই কাৰ্যসূচী ৷ সভাৰ শুভাৰম্ভণী কৰে যুৱ প্ৰজন্মৰ নেতা মণিমাধৱ মহন্তই । এই সভাত নৱ প্ৰজন্মৰ ভালেমান যুৱক-যুৱতীয়ে আনুষ্ঠানিকভাবে যোগদান কৰে অগপত ৷ জাতীয়তাবাদৰ লক্ষ্যৰে দলটোক শক্তিশালী কৰাৰ উদ্দেশ্যে প্ৰতিশ্ৰুতিবদ্ধ হোৱা বুলি মন্তব্য কৰে দলটোৰ জ্যেষ্ঠ নেতা সকলে ।

অগপত নৱ প্ৰজন্মৰ ভালেমান যুৱক-যুৱতী যোগদান

অসম গণ পৰিষদৰ প্ৰতিটো ভাতৃ-ভগ্নী সংগঠনক পুনৰুজ্জীৱিত কৰি আঞ্চলিকতাবাদী চিন্তাধাৰাক গতিশীলতা প্ৰদানৰ লক্ষ্যৰে সদস্য ভৰ্তি অভিযান সমগ্ৰ অসমতে আৰম্ভ কৰিছে বুলি মন্তব্য কৰে অগপৰ নেতৃত্বই ।

Intro:"অসমৰ বাবে অগপৰ সৈতে" বাণীৰে

যুৱ প্ৰজন্মক আকৃষ্ট কৰাৰ লক্ষ‍্যৰে

কলিয়াবৰত অসম গণ পৰিষদ দলৰ "সদস‍্য ভৰ্তি অভিযান"ৰ শুভাৰম্ভণী

অগপ দলক গতিশীলতা প্ৰদানৰ বাবে এই অভিযানBody:শনিবাৰে কলিয়াবৰত অসম গণ পৰিষদ দলৰ "সদস‍্য ভৰ্তি অভিযান"ৰ শুভাৰম্ভণী অনুষ্ঠান সম্পন্ন হয়। কলিয়াবৰৰ কুঁৱৰীটোল স্থিত কলিয়াবৰ সমষ্টিৰ মুখ‍্য কাৰ্য‍্যালয়ত বিয়লি অনুষ্ঠিত এক সভাত এই কাৰ্য‍্যসূচীৰ শুভাৰম্ভণী কৰে যুৱ প্ৰজন্মৰ নেতা মণিমাধৱ মহন্তই।
আজিৰ সভাত অসমৰ জাতীয়তাবাদী আঞ্চলিকতাবাদী দল অগপত নৱ প্ৰজন্মৰ ভালেমান যুৱক-যুৱতীয়ে আনুষ্ঠানিকভাবে যোগদান কৰি দলটোক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতিবদ্ধ হয়।
অসম গণ পৰিষদৰ প্ৰতিটো ভাতৃ-ভগ্নী সংগঠনক পুণৰোজ্জীৱিত কৰি আঞ্চলিকতাবাদী চিন্তাধাৰাক গতিশীলতা প্ৰদানৰ লক্ষ‍্যৰে এই অভিযান সমগ্ৰ অসমতে শণিবাৰে আৰম্ভ হৈছে।Conclusion:visuals
bite
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.