ETV Bharat / state

গৌৰৱ গগৈ এতিয়া এ আই ইউ ডি এফৰ প্ৰাৰ্থীঃ অতুল বৰা - কলিয়াবৰত বিশাল নিৰ্বাচনী সভা

এইবাৰ গগৈ পৰিয়ালৰ বিদায় নিশ্চিতঃ আঙুৰলতা ডেকা

AGP
author img

By

Published : Mar 28, 2019, 4:03 PM IST

কলিয়াবৰ , 28 মাৰ্চঃকলিয়াবৰত বিশাল নিৰ্বাচনী সভাত মিত্ৰজোঁটৰ জেষ্ঠ নেতাসকলৰ অংশগ্ৰহণ । লোকসভা নিৰ্বাচনত উন্নয়নকামী সকলো ৰাইজে মিত্ৰজোঁটৰ প্ৰাৰ্থীক সমৰ্থন জনাব বুলি আশা প্ৰকাশ কৰে অগপ বিজেপিৰ জেষ্ঠ নেতাসকলে ।

কলিয়াবৰ

সভাত উপস্থিত থকা মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্ত, মন্ত্ৰী কেশৱ মহন্ত, চন্দ্ৰমোহন পাটোৱাৰী, আৰু অতুল বৰাই কংগ্ৰেছ দল তথা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক তীৰ্যক সমালোচনা কৰে । প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে পুত্ৰ স্নেহত সকলো জলাঞ্জলি দিয়া বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে মন্ত্ৰী অতুল বৰাই । লগতে কলিয়াবৰ সংসদীয় সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈ এতিয়া কংগ্ৰেছ নহয় এ আই ইউ ডি এফৰহে প্ৰাৰ্থী বুলিমন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । কলিয়াবৰৰ পৰা এইবাৰ গগৈ পৰিয়ালৰ বিদায় নিশ্চিত বুলি মন্তব্য আগবঢ়াই বিধায়িকা আঙুৰলতাই ।

Intro:কলিয়াবৰত অগপৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভা। কলিয়াবৰৰ পৰা এইবাৰ গগৈ পৰিয়ালৰ বিদায় নিশ্চিত বুলি দাবী আঙুৰলতা ৰ। কংগ্ৰেছ এ আই ইউ ডি এফ মিত্ৰতা সহায় কৰিব অগপ বিজেপি মিত্ৰজোঁট ক।

Body:কলিয়াবৰত অনুষ্ঠিত বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপিটি অমিত শ্বাহ। মিত্ৰ জোঁটৰ প্ৰাৰ্থী মণি মাধৱ মহন্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ। উপস্থিত মণি মাধৱ মহন্ত, মন্ত্ৰী কেশৱ মহন্ত, চন্দ্রমোহন পাটোৱাৰী, অতুল বৰা, বিধায়িকা আঙুৰলতা ডেকা।
bite, মণি, অতুল বৰা

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.