ETV Bharat / state

নগাৱঁত ছাত্ৰ-ছাত্ৰীৰ বাবে মুকলি বিশেষ আধাৰকেন্দ্ৰ - adhar centre

নগাঁও খাগৰিজান শিক্ষা খণ্ডৰ অন্তৰ্গত বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ বাবে স্থাপন হ‘ব ২১ টা আধাৰ কেন্দ্ৰ। আনহাতে ৩৬৫৯৭৩ গৰাকী ছাত্র ছাত্ৰী ৰ বাবে ৯ টা শিক্ষা খণ্ডই ১৩৯ টা আধাৰ কেন্দ্ৰ স্থাপন কৰিব।

adhar-centre-for-students
নগাৱঁত ছাত্ৰ ছাত্ৰীৰ বাবে মুকলি বিশেষ আধাৰকেন্দ্ৰ
author img

By

Published : Nov 9, 2020, 7:17 PM IST

নগাঁও, 9 নৱেম্বৰ : নগাঁৱত ছাত্র ছাত্ৰীৰ বাবে মুকলি হ'ল বিশেষ আধাৰ কেন্দ্ৰ। সৰ্বশিক্ষা অভিযান মিছনৰ উদ্যোগত নগাঁৱতো ছাত্র-ছাত্ৰীৰ বাবে মুকলি কৰা হয় বিশেষ আধাৰ কেন্দ্ৰ। সোমবাৰে নগাঁও বেবেজীয়া পণ্ডিত কনক শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা আধাৰ কেন্দ্ৰটো আনুষ্ঠানিক ভাৱে মুকলি কৰে উপায়ুক্ত কবিথা পদ্মনাভমে।

উল্লেখ্য যে, নগাঁও খাগৰিজান শিক্ষা খণ্ডৰ অন্তৰ্গত বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ বাবে স্থাপন হ‘ব ২১ টা আধাৰ কেন্দ্ৰ। আনহাতে, ৩৬৫৯৭৩ গৰাকী ছাত্র ছাত্ৰীৰ বাবে ৯ টা শিক্ষাখণ্ডই ১৩৯ টা আধাৰ কেন্দ্ৰ স্থাপন কৰিব।

লগতে পঢ়ক: 2019 ৰ আজিৰ দিনটো : কম বয়সত অৰ্ধশতক অৰ্জন কৰি অভিলেখ গঢ়িছিল শ্বেফালী বৰ্মাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.