ETV Bharat / state

নগাঁৱত বিভিন্ন দল সংগঠনৰ সুধাকণ্ঠক স্মৰণ

author img

By

Published : Nov 5, 2020, 8:27 PM IST

নৱম মৃত্যু বাৰ্ষিকীত সুধাকণ্ঠক স্মৰণ। নগাঁৱতো অনুষ্টুপীয়াকৈ পালন ভৰতৰত্ন ড৹ ভূপেন হাজৰিকাৰ মৃত্যু দিৱস।

ABVP tribute to bhupen hazarika at nagaon
নগাঁৱত বিভিন্ন দল সংগঠনৰ সুধাকণ্ঠক স্মৰণ

নগাঁও,5 নৱেম্বৰঃ দেশ আৰু জাতিৰ বাবে গীত গাই প্ৰতিজন অসমীয়াৰ হিয়াৰ আমঠু হৈ পৰা ভাৰতৰত্ন তথা সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ বৃহস্পতিবাৰে নৱম মৃত্যু দিৱস।

সমগ্ৰ ৰাজ্যৰ লগতে বৃহস্পতিবাৰে নগাঁৱতো অনুষ্টুপীয়াকৈ পালন কৰা হয় সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ মৃত্যু দিৱস। এই উপলক্ষ্যে অখিল ভাৰত বিদ্যাৰ্থী পৰিষদ, বেবেজীয়া প্ৰেছ ক্লাৱকে আদি কৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে দিনজোৰা কাৰ্য্যসূচীৰে বৰেণ্য শিল্পীগৰাকীক শ্ৰদ্ধা নিবেদন কৰে। বিশ্ববৰণ্য শিল্পী গৰাকীলৈ শ্ৰদ্ধা জনাই নগাঁও শ্বহীদ ভৱনত অখিল ভাৰত বিদ্যাৰ্থী পৰিষদে ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰে ।

লগতে পঢ়কঃ মূল্যবৃদ্ধি ৰোধৰ দাবীত বৰপেটাত আমছুৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.