ETV Bharat / state

কিয় খং উঠিল বিধায়িকা আঙুৰলতাৰ ?

author img

By

Published : Aug 9, 2019, 3:12 PM IST

শুকুৰবাৰে বটদ্ৰৱাৰ কপাহেৰা স্বাস্থ্য কেন্দ্ৰত উপস্থিত হয় বিধায়িকা আঙুৰলতা । স্বাস্থ্য কেন্দ্ৰটোত উপস্থিত হৈ কেন্দ্ৰটোত দেখিলে কৰ্মচাৰী সকলৰ অনিয়মিত উপস্থিতি ৷ যাৰ বাবে খঙত টিঙিৰ তোলা হৈ পৰে বিধায়িকাগৰাকী ৷

স্বাস্থ্য কেন্দ্ৰত উপস্থিত বিধায়িকা আঙুৰলতা

বটদ্ৰৱা,9আগষ্ট : খঙত অগ্নিশর্মা বিধায়িকা আঙুৰলতা ৷ বিধায়িকা গৰাকীয়ে স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈ নাপালে চিকিৎসকক ৷ স্বাস্থ্য কেন্দ্ৰত ৰৈ-ৰৈ বিধায়িকা গৰাকী হৈ পৰিল অতিস্থ ৷

স্বাস্থ্য কেন্দ্ৰত উপস্থিত বিধায়িকা আঙুৰলতা

শুকুৰবাৰে বটদ্ৰৱাৰ কপাহেৰা স্বাস্থ্য কেন্দ্ৰত উপস্থিত হয় বিধায়িকা আঙুৰলতা । স্বাস্থ্য কেন্দ্ৰটোত উপস্থিত হৈ কেন্দ্ৰটোত দেখিলে কৰ্মচাৰী সকলৰ অনিয়মীত উপস্থিতি ৷ কৰ্মচাৰীৰ অনিয়মিয়া উপস্থিতিৰ বাবে খঙত টিঙিৰি তোলা হৈ পৰে বিধায়িকা আঙুৰলতা ৷ আঙুৰলতাৰ কৰ্মচাৰীলৈ নিৰ্দেশ সময়মতে স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈ আগবঢ়াওক চিকিৎসা সেৱা । ইফালে চিকিৎসালয়খনত উপস্থিত হৈ ৰোগী সকলৰ লগত বাৰ্তালাপ কৰে বিধায়িকাগৰাকীয়ে । ৰাইজৰ অভিযোগ চিকিৎসকৰ অভাৱত ৰোগ নিৰাময়ৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে ৰোগীসকলে ৷ সেয়েহে অতি শীঘ্ৰে স্থায়ী চিকিৎসকে স্থাস্থ্য কেন্দ্ৰটোত আহি ৰোগী সকলক নিয়মিত চিকিৎসা সেৱা প্ৰদানৰ দাবী উত্থাপন কৰে স্থানীয় ৰাইজে ৷

Intro:বটদ্ৰৱাৰ স্বাস্থ্য কেন্দ্ৰত বিধায়িকা আঙুৰলতা ডেকাৰ চাডেন ভিজিট ।
Body:বিভিন্ন সময়ত বিভিন্ন ৰূপত দেখিবলৈ পোৱা বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাক এইবাৰ দেখিবলৈ পোৱা গ'ল অন্য ৰূপত । খঙত অগ্নিশর্মা হৈ বটদ্ৰৱাৰ স্বাস্থ্য কেন্দ্ৰত আঙুৰলতা কিন্তু কিয় ? শুক্ৰবাৰে পুৱা বটদ্ৰৱাৰ কপাহেৰা স্বাস্থ্য কেন্দ্ৰত বিধায়িকা আঙুৰলতা । উপস্থিত হৈ স্বাস্থ্য কেন্দ্ৰটোত দেখিলে কৰ্মচাৰী সকলৰ অনিয়মীত উপস্থিতি ৷ কৰ্মচাৰীৰ অনিয়মিয়া উপস্হিতি দেখি খঙত ফাটিপৰে বিধায়িকা গৰাকীয়ে । আঙুৰলতাৰ কৰ্মচাৰীলৈ নিৰ্দেশ সময়মতে স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈ আগবঢ়াওক চিকিৎসা সেৱা ।ইফালে চিকিৎসালয় খনত উপস্থিত হৈ ৰোগী সকলৰ লগত বাৰ্তালাপ কৰে বিধায়িকা গৰাকীয়ে । ৰাইজৰ অভিযোগ চিকিৎসকৰ অভাৱে ৰোগ নিৰাময়ৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে ৰোগী সকল ৷ সেয়েহে অতি সোনকালে স্থায়ী চিকিৎসকে স্থাস্থ্য কেন্দ্ৰটোত আহি ৰোগী সকলক নিয়মিত চিকিৎসা সেৱা প্ৰদানৰ দাবী উথ্থাপন কৰে ৰাইজে ।________________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.