ETV Bharat / state

বটদ্ৰৱাত উদ্ধাৰ সদ্যজাত শিশুৰ মৃতদেহ

author img

By

Published : Dec 28, 2019, 11:54 AM IST

কোনো অসৎ লোকে অবৈধ মাতৃত্বৰ বোজা ঢাকিবলৈ এনেদৰে নৱজাতকক পেলাই থৈ যোৱাৰ লগতে নিশাৰ পৰা অৱহেলিত হৈ পথত পৰি থকাৰ বাবেই শিশুটিৰ মৃত্যু হোৱাৰ সন্দেহ স্থানীয় লোকৰ ।

বটদ্ৰৱা
বটদ্ৰৱা

বটদ্ৰৱা, 28 ডিচেম্বৰ: অবৈধ মাতৃত্বৰ বোজা ঢাকিবলৈ নিশা ঠেটুৱৈ লগা জাৰত কোনো হৃদয়হীনা মহিলাই সদ্যোজাত সন্তানক পেলাই থৈ গ'ল পথৰ দাঁতিত ৷ শনিবাৰে বটদ্ৰৱাৰ ডুমডুমীয়া ৰাইচ মিলৰ সমীপত পথৰ দাঁতিত পৰি থকা এটা ক'লা পলিথিনৰ ভিতৰত উদ্ধাৰ হয় এটি নৱজাত শিশুৰ মৃতদেহ । প্ৰাতঃভ্ৰমণলৈ অহা এজন ব্যক্তিয়ে পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে নৱ জাতকটিৰ মৃতদেহটো।

উদ্ধাৰ সদ্যজাত শিশুৰ মৃতদেহ

কোনো অসৎ লোকে অবৈধ মাতৃত্বৰ বোজা ঢাকিবলৈ এনেদৰে নৱজাতকক পেলাই থৈ যোৱাৰ লগতে নিশাৰ পৰা অৱহেলিত হৈ পথত পৰি থকাৰ বাবেই শিশুটিৰ মৃত্যু হোৱাৰ সন্দেহ স্থানীয় লোকৰ। ঘটনাস্থলীত ইতিমধ্যে ডুমডুমীয়া আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে ৷

লগতে চাওকঃহিমালয়ৰ বিবাদমান ভূমি সন্দৰ্ভত ভাৰত-পাকিস্তানলৈ চীনৰ শান্তি আহ্বান

Intro:ডুমডুমীয়াত পথৰ দাঁতিত কলা পলিথিনৰ ভিতৰত উদ্বাৰ সদ্যজাত শিশুৰ মৃতদেহ ।Body:কলংকিত মাতৃৰ দুৰ্ভগীয়া শিশু ।শীতৰ থেতুৱৈ নিশা মাতৃত্ব পাপৰ বোজা ঢাকিবলৈ নিজৰ সন্তানক পেলাই থৈ গল পলিথিন ভিতৰত । বটদ্ৰৱাৰ ডুমডুমীয়াত সংঘটিত হৈছে এই ঘটনা । ডুমডুমীয়া ৰাইচ মিলৰ সমীপত পকী পথৰ দাঁতিত এটা কলা ৰংৰ পলিথিনৰ মোনা পৰি থকা অৱস্থাত উদ্ধাৰ হয় এই নৱজাত শিশুটোৰ মৃতদেহ । মৰ্নিং ৱাক কৰিবলৈ যোৱা স্থানীয় এজন ব্যক্তিয়ে পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে নৱ জাতক শিশুটিৰ মৃতদেহটো । কোনো অসৎ লোকে অৱৈধ মাতৃত্বৰ পাপৰ বোজা ঢাকিবলৈ এনেদৰে নৱজাতকক পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয় লোকৰ । ইফালে নিশাৰ পৰা অৱহেলিত হৈ থেতুৱৈত পৰি থকাৰ বাবেই শিশুটি মৃত্যু হোৱাৰ সন্দেহ ৰাইজৰ ।ঘটনাস্থলীত ডুমডুমীয়া অাৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰোনত্তৰ পৰিক্ষাৰ বাবে প্ৰেৰন কৰে নগাঁৱলৈ ।_______বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.