ETV Bharat / state

9 বজাত 9 মিনিটৰ বাবে দেশত জ্বলিল বন্তি-মমবাতি !

প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই দেওবাৰে নিশা 9 বজাত 9 মিনিটৰ বাবে চাকি-বন্তি,মমবাতি, ফ্লাছলাইট আদি জ্বলালে দেশবাসীয়ে ৷

author img

By

Published : Apr 5, 2020, 9:42 PM IST

9pm 9 minutes lighting
9pm 9 minutes lighting

নিউজ ডেস্ক, 5 এপ্ৰিল : প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনায় সমগ্ৰ দেশৰ লগতে অসমতো বিজুলী বাতি বন্ধ কৰি 9 মিনিটৰ বাবে ৰাইজে জ্বলালে চাকি ৷ কোনোৱে মমবাতি, ম'বাইলৰ ফ্লাচ আদি জ্বলাইও পালন কৰিলে প্ৰধানমন্ত্ৰী আহ্বান ৷ বটদ্ৰৱাত বিধায়িকা আঙুৰলতা ডেকা, অভিনেতা নয়ন নিৰ্বাণৰ লগতে গঞা ৰাইজে চাকিৰ আলোকেৰে আলোকিত কৰিলে ঘৰখন ৷ দেশৰ ভিন্ন প্ৰান্তত দেখা গ'ল চাকি-বন্তি, মমবাতি, ফ্লাছ আদি জ্বলোৱাৰ দৃশ্য ৷ যোগগুৰু ৰাম দেৱ, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথেও জ্বলালে চাকি বন্তি ৷

9 বজাত 9 মিনিটৰ বাবে দেশত জ্বলিল বন্তি-মমবাতি

লগতে পঢ়ক : কৰ'ণাৰ আতংকত বিপন্ন বিশ্বঃ মানৱ জাতিলৈ প্ৰকৃতিপ্ৰেমী সৌম্যদ্বীপ দত্তৰ আহ্বান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.