ETV Bharat / state

একে গাঁৱৰে যুৱকৰ কামনাৰ বলি 11 বছৰীয়া ছাত্ৰী !

নগাঁৱৰ কঠিয়াতলীৰ গৰুবন্ধা মিকিৰ গাঁৱত এগৰাকী ১১ বছৰীয়া ছাত্ৰীক ধৰ্ষণৰ অভিযোগ একে গাঁৱৰে যুৱকৰ বিৰুদ্ধে । সমগ্ৰ ঘটনা সন্দৰ্ভত ছাত্ৰীগৰাকীৰ পিতৃয়ে কঠিয়াতলী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ৷

author img

By

Published : Aug 17, 2019, 10:19 PM IST

স্থানীয় যুৱকৰ ওপৰত 11 বছৰীয়া ছাত্ৰীক ধৰ্ষণৰ অভিযোগ

নগাঁও, 17 আগষ্টঃ নগাঁৱৰ কঠিয়াতলীৰ গৰুবন্ধা মিকিৰ গাঁৱত সংঘটিত হৈছে জঘন্য ঘটনা । গৰুবন্ধাৰ মিকিৰ গাঁৱত এগৰাকী 11 বছৰীয়া এগৰাকী ছাত্ৰীক একে গাঁৱৰে যুৱকৰ দ্বাৰা ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ উল্লেখযোগ্য যে শুক্ৰবাৰে ছাত্ৰী গৰাকীৰ পিতৃ-মাতৃ ঘৰত নথকা সুযোগ গ্ৰহণ কৰি একে গাঁৱৰে বিমল ৰংপি নামৰ যুৱকজনে ছাত্ৰী গৰাকীক ধৰ্ষণ কৰা অভিযোগ তুলিছে ছাত্ৰী গৰাকীৰ পিতৃয়ে । হঠাৎ ঘটনাস্থলীত ছাত্ৰীগৰাকীৰ পিতৃ ঘৰত উপস্থিত হৈ সমগ্ৰ ঘটনা নিজ চকুৰে প্ৰত্যক্ষ কৰে আৰু অভিযুক্ত যুৱকজনক আটক কৰিবলৈ চেষ্টা কৰে যদিও পলাই যাবলৈ সক্ষম হয় ৷ ইপিনে সমগ্ৰ ঘটনা সন্দৰ্ভত ছাত্ৰী গৰাকী পিতৃয়ে কঠিয়াতলী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে ৷ ঘটনা সম্পৰ্কত কঠীয়াতলী আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে যদিও বৰ্তমানেও পলাতক বিমল ৰংপিক আটক কৰিব সক্ষম হোৱা নাই ।

Intro:নগাঁৱৰ কঠিয়াতলীৰ গৰুবন্ধা মিকিৰ গাঁৱত এগৰাকী ১১ বছৰীয়া ছাত্ৰীক ধৰ্ষনৰ অভিযোগ একে গাঁৱৰে যুৱকৰ বিৰুদ্ধে ।

Anchor = নগাঁৱৰ কঠিয়াতলীৰ গৰুবন্ধা মিকিৰ গাঁৱত সংঘটিত হৈছে জঘন্য ঘটনা।ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি গৰুবন্ধাৰ মিকিৰ গাঁৱত এগৰাকী ১১বছৰীয়া ছাত্ৰীক ধৰ্ষন কৰে এটা নৰ পিশাছে ৷ উল্লেখযোগ্য যে শুক্ৰবাৰে ছাত্ৰী গৰাকীৰ পিতৃ-মাতৃ ঘৰত নথকা সূযোগ গ্ৰহণ কৰি একে গাঁৱৰে বিমল ৰংপি নামৰ নৰ পিশাছটোৱে ছাত্ৰী গৰাকীক ধৰ্ষণ কৰা অভিযোগ তুলিছে ছাত্ৰী গৰাকীৰ লগতে তেওঁৰ পৃতিয়ে।শুক্ৰবাৰে ঘৰত কোনো নথকাৰ সুযোগতে বিমল ৰংপী নামৰ যুৱকজনে ছাত্ৰী গৰাকীৰ ঘৰত প্ৰবেশ কৰি ছাত্ৰী গৰাকীক ধৰ্ষণ কৰে।পিছত পিতৃ ঘৰত উপস্থিত হৈ সমগ্ৰ ঘটনা নিজ চকুৰে প্ৰত্যক্ষ কৰি অভিযুক্ত যুৱকজনক আটক কৰিবলৈ চেষ্টা কৰে যদিও পলাই যাবলৈ সক্ষম হয় ধৰ্ষণকাৰী যুৱকজন।ইপিনে সমগ্ৰ ঘটনা সন্দৰ্ভত ছাত্ৰী গৰাকী পিতৃয়ে কঠিয়াতলী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে ৷ ঘটনা সম্পৰ্কত কঠীয়াতলী আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে যদিও বৰ্তমানেও পলাতক বিমল ৰংপি আটক কৰিব সক্ষম হোৱা নাই। ।

Byte = পিতৃ ।Body:বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.