ETV Bharat / state

নগাঁৱত ১০ লাখ টকাৰ ইলেক্ট্ৰনিক সামগ্ৰী চুৰি

নগাঁৱৰ কঠিয়াতলী বালাজী ইলেক্ট্ৰনিকছ নামৰ দোকানত চোৰৰ চাফাই অভিযান ।

নগাঁৱত ১০ লাখ টকাৰ ইলেক্ট্ৰনিক সামগ্ৰী চুৰি
author img

By

Published : Sep 1, 2019, 3:23 PM IST

নগাঁও, 1 ছেপ্তেম্বৰঃ শনিবাৰে নিশা নগাঁৱৰ কঠিয়াতলী বালাজী ইলেক্ট্ৰনিকছত দোকানত চোৰৰ চাফাই অভিযান ৷ দোকানৰ চাটাৰ ভাঙি চোৰে লুটি নিলে বহু কেইটা এল ই ডি টিভি, শীত-তাপ নিয়ন্ত্ৰণ যন্ত্ৰ, কোলাৰকে ধৰি বহু মূল্যবান সা-সামগ্ৰী । প্ৰায় ১০ লাখ টকাৰ ইলেক্ট্ৰনিক সামগ্ৰী চুৰি কৰি নিয়া বুলি প্ৰকাশ কৰিছে স্বত্বাধিকাৰীয়ে ।

নগাঁৱত ১০ লাখ টকাৰ ইলেক্ট্ৰনিক সামগ্ৰী চুৰি

ইতিমধ্যে ঘটনাস্থলীত কঠীয়াতলী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও কোনো সন্ধান লাভ কৰা নাই চোৰৰ । কঠীয়াতলী আৰক্ষী চকীৰ ১০০ মিটাৰ নিলগতে চোৰে দোকানৰ চাটাৰ ভাঙি চুৰি কাৰ্য সংঘটিত কৰা ঘটনাই এতিয়া অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

Intro:নগাঁৱৰ কঠিয়াতলী বালাজী ইলেক্ট্ৰনিকচত চোৰে চলালে চাফাই অভিযান।

Anchor =শণিবাৰে নিশা নগাঁৱৰ কঠিয়াতলী বালাজী ইলেক্ট্ৰনিকচত চোৰে চলালে চাফাই অভিযান।চোৰে দোকানখনৰ চাটাৰ ভাঙি লুটি নিলে বহু কেইটা এল ই ডি টিভি,এচি,কোলাৰকে ধৰি বহুমূল্যবান সা সামগ্ৰী।
প্ৰায় ১০ লাখ টকাৰ ইলেক্ট্ৰনিক সামগ্ৰী চুৰি কৰি নিয়া বুলি প্ৰকাশ কৰিছে স্বত্বাধিকাৰীয়ে।ইতিমধ্যে ঘটনাস্থলীত কঠীয়াতলী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও কোনো সন্ধান লাভ কৰা নাই।কঠীয়াতলী আৰক্ষী চকীৰ ১০০ মিটাৰ নিলগতে চোৰে দোকানৰ চাটাৰ ভাঙি চুৰি কাৰ্য সংঘটিত কৰা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।
Body:
Byte = স্বত্বাধিকাৰী

বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.