ETV Bharat / state

ৰাজপথ, ঘাইপথ সকলোতে জুবিন !

author img

By

Published : Sep 2, 2019, 9:09 PM IST

কাঞ্চনজঙ্ঘা ছবিৰ প্ৰচাৰৰ বাবে জাগীৰোড মহাবিদ্যালয়ত উপস্থিত হয় যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰব গৰাকী ৷ লগতে উপস্থিত থাকে ছবিখনৰ বহু কেইগৰাকী কলা-কুশলী

জুবিনময় অসম

মৰিগাঁও, 2 চেপ্তেম্বৰঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে জাগীৰোডত সোমবাৰে উপস্থিত হয় জুবিন গাৰ্গ । কাঞ্চনজঙ্ঘা ছবিৰ প্ৰচাৰৰ বাবে জাগীৰোড মহাবিদ্যালয়ত উপস্থিত হয় যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ গৰাকী ৷ লগতে উপস্থিত থাকে ছবিখনৰ বহু কেইগৰাকী কলা-কুশলী ৷ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত জুবিনে ছবি খনৰ গীত আৰু সংলাপেৰে আপ্লুত কৰে উপস্থিতসকল । লগতে মহাবিদ্যালয় বিদ্যালয়সমূহক ৰাজনীতি মুক্ত হৈ থাকিবলৈ আহ্বান জনায় শিল্পীগৰাকীয়ে । 6 ছেপ্তেম্বৰত মুক্তি লাভ কৰিবলগীয়া ছবিখন চাবলৈও সকলোকে আহ্বান জনায় ।

Intro:জাগীৰোডত জুবিন গাৰ্গ। Body:জুবিনময় অসম।
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে জাগীৰোডত অাজি উপস্থিত হয় জুবিন গাৰ্গ। কাঞ্চনজঙ্ঘা চবিৰ প্ৰচাৰৰ বাবে জুবিন অাৰু চবিখনৰ সদস্য সকল উপস্থিত হয় জাগীৰোড মহাবিদ্যালয়ত। হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত জুবিনে ছবি খনৰ গীত অাৰু সংলাপ অাওৰায়। লগতে মহাবিদ্যালয় বিদ্যালয় সমূহক ৰাজনীতি মুক্ত হৈ থাকিবলৈ অাহ্বান জনায়। অাৰু ছবিখন চাবলৈ সকলোকে অাহ্বান জনায়।Conclusion:কাঞ্চনজঙ্ঘা চবিৰ প্ৰচাৰৰ বাবে জুবিন অাৰু চবিখনৰ সদস্য সকল উপস্থিত হয় জাগীৰোড মহাবিদ্যালয়ত।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.