ETV Bharat / state

মৰিগাঁৱত মহিলা সৱলীকৰণৰ বিশেষ সজাগতা শিবিৰ

author img

By

Published : Jan 21, 2020, 2:15 PM IST

Updated : Jan 21, 2020, 2:29 PM IST

মৰিগাঁৱৰ শ'লমাৰী গাঁও পঞ্চায়ৰ কাৰ্যালয়ত মহিলা সবলীকৰণৰ বিশেষ সজাগতা শিবিৰ। গ্ৰাম্য অঞ্চলৰ মহিলাসকলক শৈক্ষিক,অৰ্থনৈতিক বিকাশৰ জৰিয়তে দেশৰ অৰ্থনৈতিক ভেঁটি মজবুত কৰাৰ লক্ষ্যৰে এই শিবিৰৰ আয়োজন ৷

women empowering programme at Morigaon
মৰিগাঁৱত মহিলা সবলীকৰণৰ বিশেষ সজাগতা শিবিৰ

মৰিগাঁও , 21 জানুৱাৰী: মৰিগাঁও জিলাৰ শ’লমাৰী গাঁও পঞ্চায়তত "গ্ৰাম শক্তি" শিবিৰৰ আয়োজন । "মই প্ৰগতি" আঁচনি RGVN আৰু ক্ৰিচিল ফাউণ্ডেশ্যন নামৰ এক বেচৰকাৰী সংস্থাই এই শিবিৰৰ আয়োজন কৰে ৷ মহিলা সবলীকৰণ,মহিলাসকলৰ শৈক্ষিক,সামাজিক তথা অৰ্থনৈতিক দিশ শক্তিশালী কৰাৰ লক্ষ্যৰে অনুষ্ঠিত হয় এই কাৰ্যসূচী ৷ RGVNৰ ক্ষেত্ৰ বিষয়া ধনীৰাম ডেকাই আঁত ধৰা এই কাৰ্যসূচীত পঞ্চায়তখনৰ বহু সংখ্যক মহিলাই সহযোগ কৰে।

মৰিগাঁৱত মহিলা সবলীকৰণৰ বিশেষ সজাগতা শিবিৰ

গ্ৰাম্য তথা নিৰক্ষৰ বা বিত্তীয় বিষয়ত অনগ্ৰসৰ মহিলাসকলে কেনেকৈ বিত্তীয় দিশত অগ্ৰাধিকাৰ লাভ কৰাৰ লগতে বিভিন্ন চৰকাৰী আঁচনি সমূহ লাভ কৰিব পাৰে, এই ব্যাখ্যা আগবঢ়াই মৰিগাঁও শাখাৰ এপেক্স বেংকৰ সঞ্চালকে ৷ উপস্থিত থাকে এপেক্স বেংক মৰিগাওঁ শাখাৰ প্ৰৱন্ধক গজেন্দ্ৰ ভৰালী,RGVNৰ জিলা সমন্বয়ক নয়নমণি ভূঞা,ক্ষেত্ৰ বিষয়া ধনিৰাম ডেকা,শ’লমাৰী গাওঁ পঞ্চায়ৰ সভাপতি আমিনুল হক,আৰু ভাৰতীয় ষ্টেট বেংক গ্ৰাহক সেৱা কেন্দ্ৰৰ পৰিচালক নকুল চন্দ্ৰ বৰদলৈ লগতে গ্ৰামশক্তিৰ "সখি" বিছন্দী দেউৰী আৰু সংগীতা দেৱী।

আৰু পঢ়ক : তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ল ঐতিহাসিক জোনবিল মেলা

Intro:মৰিগাঁৱত মহিলা সবলীকৰণৰ অংশ ৰূপে শলমাৰী গাঁও পঞ্চায়ত কাৰ্যলয়ত বিশেষ সজাগতা শিবিৰ । গ্ৰাম্য অঞ্চলৰ মহিলাসকলক শৈক্ষিক,অৰ্থনৈতিক বিকাশ জৰিয়তে দেশৰ অৰ্থনৈতিক ভেটি মজবুত কৰাৰ লক্ষ্যৰে এই শিবিৰৰ আয়োজন ।Body:মৰিগাঁও জিলাৰ শ’লমাৰী গাঁও পঞ্চায়তত "গ্ৰাম শক্তি" শিবিৰ । এই শিবিৰ আয়োজন কৰে "মই প্ৰগতি" আঁচনি RGVN আৰু ক্ৰিচিল ফাউণ্ডেচন নামৰ এক বেচৰকাৰী সংস্থাই ৷ মহিলা সবলীকৰণ,মহিলাসকলৰ শৈক্ষিক ,সামাজিক তথা অৰ্থনৈতিক দিশটো শক্তিশালী কৰাৰ লক্ষ্যৰে অনুষ্ঠিত কাৰ্য্যসূচীত পঞ্চায়তখনৰ ভালে সংখ্যক মহিলাই সহযোগ কৰে। এই শিবিৰটো আঁত ধৰে RGVN ৰ ক্ষেত্ৰ বিষয়া ধনিৰাম ডেকাই ৷গ্ৰাম্য তথা নিৰক্ষৰ বা বিত্তীয় বিষয়ত অনগ্ৰসৰ মহিলাসকলে কেনেকৈ বিত্তীয় দিশত অগ্ৰাধিকাৰ লাভ কৰাৰ লগতে বিভিন্ন চৰকাৰী আঁচনি সমুহ লাভ কৰিব পাৰে, এই ব্যাখ্যা আগবঢ়াই ।
Byte- এপেক্স বেংকৰ মেনেজাৰ ৷
এই শিবিৰত উপস্থিত থাকে এপেক্স বেংক মৰিগাওঁ শাখাৰ প্ৰবন্ধক গজেন্দ্ৰ ভৰালী, RGVNৰ জিলা সমন্বয়ক নয়নমণি ভূঞা, ক্ষেত্ৰ বিষয়া ধনিৰাম ডেকা,শ’লমাৰী গাওঁ পঞ্চায়ৰ সভাপতি আমিনুল হক,আৰু SBI bank CSP ৰ পৰিচালক নকুল চন্দ্ৰ বৰদলৈ লগতে গ্ৰামশক্তি ৰ "সখি" বিছন্দী দেউৰী আৰু সংগীতা দেৱী ।মনকৰিবলগীয়া যে সংস্হাটোৱে দুগৰাকীকৈ মহিলাক ইয়াৰ বাবে বিভাগীয় প্ৰশিক্ষণ দি তেওঁ লোকৰ জৰিয়তে অঞ্চলটোত মহিলা সবলীকৰণত সহায়ক হব বুলি আশা কৰিছে।
Byte- নয়নমণি ভূঞ ৷Conclusion:Ratuldeka etv Bharat morigaon
Last Updated : Jan 21, 2020, 2:29 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.