ETV Bharat / state

পবিতৰাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

পবিতৰাত ৰাজ্যিক বন্যপ্ৰাণী সপ্তাহ উদযাপন : উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

পবিতৰাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
author img

By

Published : Oct 3, 2019, 4:07 AM IST

মৰিগাঁও,2 অক্টোৱৰ : অসম জৈৱ বৈচিত্ৰৰে ভৰপুৰ এখন শক্তিশালী ৰাজ্য । প্ৰাকৃতিক পৰিৱেশে পৰিপূৰ্ণ ৰাজ্যখন আৰু অধিক শক্তিশালী ৰূপত গঢ় দিয়াৰ বাবে আমি সকলো আগবাঢ়ি আহিব লাগিব । অসমৰ পাহাৰ ভৈয়ামত থকা সকলো বনজ সম্পদ , বন্যপ্ৰাণী আদি সংৰক্ষণতো অধিক গুৰুত্ব দিব লাগিব অসমৰ জনগণে । এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । মৰিগাঁও জিলাৰ পশ্চিম প্ৰান্ত পবিতৰাৰ সমীপৰ বুঢ়ামায়ঙত বুধবাৰে অনুষ্ঠিত ৬৫ সংখ্যক বন্যপ্ৰাণী সপ্তাহ উদযাপনৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সোণোৱালে ৷ অনুষ্ঠানত জাতিৰ পিতা মহাত্মা গান্ধীৰ ডেৰশ বছৰীয়া জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি সমগ্ৰ দেশতে অব্যাহত থকা স্বচ্ছ ভাৰত অভিযানত সকলো স্তৰৰ লোকক চামিল হ'বলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে অসমখন প্লাষ্টিক মুক্ত ৰাজ্য হিচাপে গঢ়ি তুলাৰ আহ্বান জনাই ৰাজ্যৰ প্ৰতিজন নাগৰিককে ।

পবিতৰাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

পৰিৱেশ আৰু বন বিভাগ , অসমৰ উদ্যোগত বুঢ়ামায়ঙত আয়োজিত এই বন্যপ্ৰাণী সপ্তাহ উদযাপন কাৰ্যসূচীত উপস্থিত থাকে স্বাস্থ্য মন্ত্ৰী পীয়ুষ হাজৰিকা, বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য , মন্ত্ৰী নৱ কুমাৰ দলৈ , বিধায়ক ৰমাকান্ত দেউৰী , অসম পৰ্যতন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা আদিকে ধৰি বন বিভাগৰ শীৰ্ষ বিষয়াবৰ্গ ।

Intro:পবিতৰাত ৰাজ্যিক বন্যপ্ৰাণী সপ্তাহ উদযাপনBody:অসম জৈৱ বৈচিত্ৰৰে ভৰপুৰ এখন শক্তিশালী ৰাজ্য । প্ৰাকৃতিক পৰিৱেশে পৰিপূৰ্ণ ৰাজ্যখন আৰু অধিক শক্তিশালী ৰূপত গঢ় দিয়াৰ বাবে আমি সকলো আগবাঢ়ি আহিব লাগিব । অসমৰ পাহাৰ ভৈয়ামত থকা সকলো বনজ সম্পদ , বন্যপ্ৰাণী আদি সংৰক্ষণতো অধিক গুৰুত্ব দিব লাগিব অসমৰ জনগণে । এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । মৰিগাঁও জিলাৰ পশ্চিম প্ৰান্ত পবিতৰাৰ সমীপৰ বুঢ়ামায়ঙত বুধবাৰে অনুষ্ঠিত ৬৫ সংখ্যক বন্যপ্ৰাণী সপ্তাহ উদযাপনৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহন কৰি মুখ্যমন্ত্ৰী সোণোৱালে দেশৰ প্ৰধানমন্ত্ৰীৰ আহ্বানক সঁহাৰি জনাই প্ৰাকৃতিকভাৱে পোৱা জলৰাশি সংৰক্ষণতো গুৰুত্ব আৰোপ কৰিবলৈ সকলোকে আহ্বান জনায় । জাতিৰ পিতা মহাত্মা গান্ধীৰ ডেৰশ বছৰীয়া জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি সমগ্ৰ দেশতে অব্যাহত থকা স্বচ্ছ ভাৰত অভিযানত সকলো স্তৰৰ লোকক চামিল হ'বলৈ আহ্বান জনোৱা মুখ্যমন্ত্ৰীয়ে অসমখনকো প্লাষ্টিক মুক্ত ৰাজ্য হিচাপে গঢ়ি তুলাৰ আহ্বান জনাই প্ৰতিজন নাগৰিককে । পৰিৱেশ আৰু বন বিভাগ , অসমৰ উদ্যোগত বুঢ়ামায়ঙত আয়োজিত এই বন্যপ্ৰাণী সপ্তাহ উদযাপন কাৰ্যসূচীত মন্ত্ৰী পীয়ুষ হাজৰিকা উপস্থিত থাকি বন্যপ্ৰাণী সপ্তাহৰ তাৎপৰ্য আৰু গুৰুত্ব মানৱ জাতিৰ বাবে অপৰিসীম বুলি ব্যাখ্যা দাঙি ধৰে । আজি বিয়লি অনুষ্ঠিত এই কাৰ্যসূচীত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য ,, ৰাজ্যিক বনমন্ত্ৰী নৱ কুমাৰ দলৈ , বিধায়ক ৰমাকান্ত দেউৰী , অসম পৰ্যতন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা আদিকে ধৰি বন বিভাগৰ শীৰ্ষ বিষয়াবৰ্গ উপস্থিত থাকে ।Conclusion:মুখ্য অতিথি হিচাপে অংশগ্ৰহন মুখ্যমন্ত্ৰী সৰ্সোবানন্দ সোণোৱালৰ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.