ETV Bharat / state

মৰিগাঁৱত সংঘটিত পথ দুৰ্ঘটনাত থিতাতে নিহত দম্পতী

author img

By

Published : Feb 13, 2020, 5:15 PM IST

Updated : Feb 13, 2020, 6:04 PM IST

মৰিগাঁৱত বৃহস্পতিবাৰে সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। তীব্ৰবেগী ডাম্পাৰে পিছফালৰ পৰা মহতিয়াই নিয়াৰ ফলত থিতাতে নিহত হয় বাইক আৰোহী পতি-পত্নী ৷ মৰিগাঁও জিলা পৰিষদৰ সন্মুখত সংঘটিত হয় পথ দুৰ্ঘটনাটো ৷

পথ দুৰ্ঘটনা
থিতাতে নিহত দম্পতী

মৰিগাঁও,13 ফেব্ৰুৱাৰীঃ মৰিগাঁৱত বৃহস্পতিবাৰে সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা । তীব্ৰবেগী ডাম্পাৰে পিছফালৰ পৰা মহতিয়াই নিয়াৰ ফলত থিতাতে নিহত হয় বাইক আৰোহী পতি-পত্নী ৷ মৰিগাঁও জিলা পৰিষদৰ সন্মুখত সংঘটিত হয় পথ দুৰ্ঘটনাটো । নিহত দম্পতীহালৰ ঘৰ মৰিগাঁৱৰ গেৰাখোৱা গাঁৱত বুলি জানিব পৰা গৈছে ৷ বাইক আৰোহীজনক ত্ৰৈলোক্য ডেকা বুলি ইতিমধ্যে চিনাক্ত কৰা হৈছে ।

থিতাতে নিহত দম্পতী

লগতে চাওকঃএবছুৰ নতুন সভাপতিৰ পদত দ্বীপেন বড়ো

Last Updated : Feb 13, 2020, 6:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.