ETV Bharat / state

মৰিগাঁৱত বীৰ জোৱানলৈ শ্ৰদ্ধাঞ্জলি বিজেপিৰ

author img

By

Published : Apr 6, 2021, 9:33 AM IST

সোমবাৰে মৰিগাঁৱত বীৰ জোৱান দিলীপ কুমাৰ দাস, বাবলু ৰাভা আৰু আন 22 গৰাকী শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন বিজেপি মৰিগাঁও জিলা সমিতিৰ ৷ মাওবাদীৰ হাতত প্ৰাণ আহুতি দিছিল এই কেইগৰাকী বীৰ জোৱানে ৷

tribute-to-swahid
মৰিগাঁৱত বীৰ জোৱানলৈ শ্ৰদ্ধাঞ্জলি

মৰিগাঁও,6 এপ্ৰিল : ছত্তিশগড়ত মাওবাদী আক্ৰমণত শ্বহীদ হোৱা বীৰ জোৱান দিলীপ কুমাৰ দাস, বাবলু ৰাভা আৰু আন 22 গৰাকী শ্বহীদলৈ সোমবাৰে মৰিগাঁৱত শ্ৰদ্ধাঞ্জলি জনায় বিজেপি মৰিগাঁও জিলা সমিতিয়ে ৷

tribute-to-swahid
মৰিগাঁৱত বীৰ জোৱানলৈ শ্ৰদ্ধাঞ্জলি

দেশৰক্ষাৰ অৰ্থে মাওবাদীৰ হাতত প্ৰাণ আহুতি দিয়া সৰুপেটাৰ শ্বহীদ দিলীপ কুমাৰ দাস আৰু দুধনৈৰ বাবলু ৰাভাক বন্তি প্ৰজ্বলনৰে শ্ৰদ্ধাঞ্জলি জনোৱা হয় ।

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে মৰিগাঁও জিলা বিজেপিৰ সভাপতি প্ৰবীণ মেধি, সম্পাদক নিৰ্মল কোঁৱৰ, মৰিগাঁও পৌৰসভাৰ প্ৰাক্তন পৌৰপতি অৰ্চনা বৰদলৈ, সীমা বৰা, পাপুমণি পাটৰ, নীতু বৰা, প্ৰাণজিৎ বৰাকে ধৰি ভালে সংখ্যক দলীয় কৰ্মী ।

লগতে পঢ়ক : নিশা নলবাৰীত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.