ETV Bharat / state

ষষ্ঠটো বানত অধিক শোচনীয় হৈ পৰিছে মৰিগাঁৱৰ কৃষকৰ অৱস্থা - আশ্ৰয় শিবিৰ

বছৰটোৰ 6 নম্বৰ বানৰ কবলত মৰিগাঁও জিলা ৷ শ শ বিঘা শালি ধানৰ খেতি পানীৰ কবলত পৰাৰ ফলত বৰ্তমান শোচনীয় হৈ পৰিছে জিলাখনৰ কৃষকৰ অৱস্থা ৷

The flood situation in Morigaon is gradually improving
শোচনীয় হৈ পৰিছে মৰিগাঁৱৰ কৃষকৰ অৱস্থা
author img

By

Published : Oct 5, 2020, 5:26 PM IST

মৰিগাঁও, 5 অক্টোবৰ : ক্ৰমাৎ সুস্থিৰ হৈছে মৰিগাঁৱৰ বান পৰিস্থিতি ৷ দেওবাৰৰ নিশাৰ পৰা লাহে লাহে পানী শুকুৱাবলৈ আৰম্ভ কৰিছে যদিও বৰ্তমানেও পানীৰ তলত আছে শ শ বিঘা শালি ধানৰ খেতি ৷ যাৰবাবে কৃষক ৰাইজ বৰ্তমানে যথেষ্ট চিন্তিত হৈ পৰিছে ৷ ইফালে, বছৰটোৰ 6 নম্বৰ বানে কৃষকৰ অৱস্থা শোচনীয় কৰি তোলাৰ পিচতো জিলা কৃষি বিভাগৰ ফালৰ পৰা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ভুক্তভোগী কৃষকৰ ৷

শোচনীয় হৈ পৰিছে মৰিগাঁৱৰ কৃষকৰ অৱস্থা

উল্লেখ্য যে, কাৰ্বি লাম্পী জলবিদ্যুৎ প্ৰকল্পৰ পানীয়ে বুৰাই পেলাইছে জিলাখনৰ বিভিন্ন অঞ্চল ৷ যাৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ কৃষকৰ অৱস্থা যথেষ্ট শোচনীয় হৈ পৰা পৰিলক্ষিত হৈছে ৷ বৰ্তমানেও বহু বন্যাৰ্ত আশ্ৰয় শিবিৰত বসবাস কৰি থাকিব লগা হৈছে ৷

শোচনীয় হৈ পৰিছে মৰিগাঁৱৰ কৃষকৰ অৱস্থা

লগতে পঢ়ক : ড্ৰেগন ফলৰ খেতিয়ে হাঁহি বিৰিঙাইছে কৃষকৰ মুখত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.