ETV Bharat / state

মৰিগাঁৱত গ্লোবেল ৱাৰ্মিং ছ'চাইটিৰ উদ্যোগত চাফাই অভিযান

মৰিগাঁও জিলা অসামৰিক চিকিৎসালয়ৰ প্ৰাংগনত মঙলবাৰে জিলা প্ৰশাসন, লায়ন্স ক্লাব মৰিগাঁও, আৰু অসম বিজ্ঞান সমিতিৰ উদ্যোগত এই অভিযান কাৰ্যসূচী চলোৱা হয় ।

author img

By

Published : May 28, 2019, 9:40 AM IST

মৰিগাঁৱত গ্লোবেল ৱাৰ্মিং ছ'চাইটিৰ উদ্যোগত চাফাই অভিযান

মৰিগাঁও,28মে': মৰিগাঁও জিলা অসামৰিক চিকিৎসালয়ৰ প্ৰাংগণত মঙলবাৰে জিলা প্ৰশাসন, লায়ন্স ক্লাব মৰিগাঁও, আৰু অসম বিজ্ঞান সমিতিৰ উদ্যোগত চাফাই অভিযান কাৰ্যসূচী অনুষ্ঠিত হয় । মঙলবাৰে ৰূপায়ণ কৰা এই কাৰ্যসূচীত অংশ লৈ জিলা উপায়ুক্ত ঋতুৰাজ বৰা উপস্থিত থাকি চিকিৎসালয়খনৰ আৱৰ্জনা চাফা কৰে । আনহাতে এই চাফাই অভিযানৰ জড়িয়তে সকলোকে পৰিষ্কাৰ পৰিচন্ন বজাই ৰাখিবলৈ অনুৰোধ জনায় ৷

slug-as-mrg-28thmay-808-vis-byte-as10005

Anchorintro:মৰিগাঁৱত পৰিবেশ দিবসৰ উপলক্ষে চাফাই অভিযান গ্লোবেল ৱাৰ্মিং ছ'চাইটিৰ।
VO:মৰিগাঁৱত চাফাই অভিযান ।মৰিগাঁও জিলা অসামৰিক চিকিৎসালয়ৰ প্ৰাংগণত আজি জিলা প্ৰশাসন,লায়ন্স ক্লাব মৰিগাঁও, আৰু  অসম বিজ্ঞান সমিতিৰ উদ্যোগত এই অভিযান চলাই ।মংঙলবাৰে  ৰূপায়ণ কৰা এই কাৰ্যসূচীত অংশ লৈ জিলা উপায়ুক্ত ঋতু ৰাজ বৰাই নিজেই হাতে কামে লাগে চিকিৎসালয়খনৰ আৰ্বজনা চাফা কৰে।আনহাতে যধে মধে  আৰ্বজনা পেলুৱা সকলক অনুৰোধ কৰি কয় যে ইয়াত দুটাকৈ ডাষ্টবিন দিয়া হব।
Byte:dc.morigaon

Ratuldeka etv Bharat morigaon.

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.