ETV Bharat / state

মৈৰাবাৰীত তীব্ৰবেগী ট্ৰাকৰ খুন্দাত নিহত চাৰিজন

author img

By

Published : Jan 4, 2020, 8:24 PM IST

মৰিগাঁও জিলাৰ মৈৰাবাৰীত তীব্ৰবেগী ট্ৰাকৰ খুন্দাত নিহত হয় চাৰিজনকৈ লোক ৷ AS-02E-6265 নম্বৰৰ ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হয় ৷

তীব্ৰবেগী ট্ৰাকৰ খুন্দাত নিহত চাৰিজন
তীব্ৰবেগী ট্ৰাকৰ খুন্দাত নিহত চাৰিজন

মৈৰাবাৰী,4 জানুৱাৰীঃ মৈৰাবাৰীত সংঘটিত পথ দুৰ্ঘটনাত থিতাতে নিহত হয় চাৰিজনকৈ লোক ৷ ধিং সমষ্টিৰ অন্তৰ্গত নগাঁও ভূৰাগাঁও পথত মৈৰাবাৰী বজাৰৰ পশ্চিম দিশত সংঘটিত হয় পথ দুৰ্ঘটনাটো ৷ ঘটনা অনুসৰি,লাহৰিঘাটৰ দিশৰ পৰা আহি থকা AS-02E-6265 পঞ্জীয়নভুক্ত এখন ট্ৰাকে প্ৰথমে এখন এল্ট' গাড়ীক খুন্দা মাৰে ৷ ঘটনাৰ পিচতেই তীব্ৰবেগী ট্ৰাকখনে পথৰ কাষত থকা লোক কেইজনক মহতিয়াই নিয়ে ৷ যাৰ ফলত থিতাতে নিহত হয় তিনিজনকৈ লোক ৷ আনহাতে দুৰ্ঘটনাটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় তিনিজনকৈ লোক ৷ চিকিৎসালয়লৈ নি থকাৰ পথতে এগৰাকী লোক আঘাতপ্ৰাপ্ত হৈ মৃত্যমুখত পৰে,যাৰ ফলত নিহতৰ সংখ্যা চাৰিজনলৈ বৃদ্ধি পায় ৷ ইতিমধ্যে আৰক্ষীয়ে ট্ৰাক চালকগৰাকীক আটক কৰিছে ৷

তীব্ৰবেগী ট্ৰাকৰ খুন্দাত নিহত চাৰিজন

লগতে পঢ়কঃ হোজাই জিলাৰ ডবকাৰ মদাৰতলিত ভয়ংকৰ পথ দূৰ্ঘটনা

Intro:মৈৰাবাৰীত ভয়াবহ পথ দুৰ্ঘটনা নিহত চাৰি জন আহত দুইজনBody:মৈৰাবাৰীত ভয়াৱহ পথ দুৰ্ঘটনা

মৈৰাবাৰীত ভয়াৱহ পথ দুৰ্ঘটনা ট্ৰাকে প্ৰাণ কাঢ়িলে চাৰিজনৰঃ আজি ধিং সমষ্টিৰ মৈৰাবাৰীত সংঘটিত হৈছে এক ভয়াৱহ পথ দুৰ্ঘটনা AS-02E-6265 নম্বৰৰ এখন ট্ৰাকে মৈৰাবাৰী বজাৰৰ পশ্চিমত নগাঁও ভূৰাগাঁও ৰোডৰ কাষত বহি থকা 6 জন লোকৰ ওপৰত চলন্ত ট্ৰাকখন উঠি যায় আৰু থিতাতে নিহত হয় তিনিজন আৰু নগাঁও লৈ যোৱা অৱস্থাত নিহত হয় এজন মুঠ চাৰিজন লোকৰ মৃত্যু হয় । আজি বিয়লি সংঘটিত হোৱা এই মৰ্মান্তিক পথ দুৰ্ঘটনাটোক লৈ বৰ্তমান মৈৰাবাৰী টাউনত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়।ঘটনা সন্দৰ্ভত জানিব পৰা মতে ট্ৰাকখনে লাহৰিঘাটৰ দিশৰ পৰা আহি থকাৰ সময়ত প্ৰথমে এখন এলটো গাড়ীক খুন্দিয়াই। পাছত এই ঘটনাটোৰ পৰা ৰক্ষা পাবলৈ ট্ৰাকৰ চালকজনে তীব্ৰবেগে ট্ৰাকখন চলাই নিজকে আত্মৰক্ষা কৰিব বিছাৰিছিল কিন্তু ৰাস্তাৰ কাষতে বহি থকা 6 জন লোকৰ ওপৰত উঠাই দিয়ে আৰু থিতাথে তিনিজন আৰু এজন চিকিতসালয়লৈ নিয়াৰ পথত নিহত মুঠ চাৰিজন লোক মৃত্যবৰ কৰে। মৃত্যু বৰন কৰা লোক কেইজন হল ওচমান আলী, উমেদ আলী, ৱাহিদুৰ ৰহমান, ইপিনে আন দুজনক সংকটজনক অৱস্থাত নগাওঁলৈ প্ৰেৰণ কৰে যদিও আধা বাটতে এজনৰ মৃত্যু হয়। ইতিমধ্যে ট্ৰাক চালকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.