ETV Bharat / state

মৰিগাঁৱৰ দেওশাল শিৱ মন্দিৰত মহা শিৱৰাত্ৰি - shiv ratri celebration at morigaon

16 শতিকাত স্থাপিত হোৱা মৰিগাঁৱৰ গোভা চাৰিভাই দেওশাল শিৱ মন্দিৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত মহা শিৱৰাত্ৰি ।

মহা শিৱৰাত্ৰি
মৰিগাঁৱৰ দেওশাল শিৱ মন্দিৰত মহা শিৱৰাত্ৰি
author img

By

Published : Feb 22, 2020, 4:15 AM IST

মৰিগাঁও, 21 ফেব্ৰুৱাৰীঃ মৰিগাঁৱৰ গোভা চাৰিভাই দেওশাল শিৱ মন্দিৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত মহা শিৱৰাত্ৰি । পুৱাৰ পৰা হাজাৰ হাজাৰ ভকত বৈষ্ণৱৰ নানা উপাচাৰে দেবাদিদেব মহাদেৱৰ পূঁজা-অৰ্চনা কৰে ভক্তসকলে । 16 শতিকাত স্থাপিত হোৱা এই মন্দিৰত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা হয় মহা শিৱৰাত্ৰি ।

মৰিগাঁৱৰ দেওশাল শিৱ মন্দিৰত মহা শিৱৰাত্ৰি

আনহাতে, পূজাস্থলীত ভকত বৈষ্ণৱৰ সুবিধাৰ বাবে পৰিচালনা সমিতিৰ লগতে মৰিগাঁও জিলা প্ৰশাসনে যোগান ধৰিছে প্ৰাথমিক সা-সুবিধা । উল্লেখযোগ্য, এই মন্দিৰত তিৱা ভাষাতে উচ্চাৰিত হয় পূজাৰ মন্ত্ৰপাঠ ।

আৰু পঢ়কঃ UPPLত যোগদান প্ৰমোদ বড়োৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.