ETV Bharat / state

মৰিগাঁৱত ৰ’লাৰৰ চেপাত প্ৰাণ হেৰুৱালে বৃদ্ধই - মৰিগাঁৱত ৰোলাৰ চেপাত প্ৰাণ হেৰুৱালে বৃদ্ধই

মৰিগাঁৱৰ বহা বজাৰত শোকাৱহ দুৰ্ঘটনা ৷ পথ নিৰ্মাণত নিয়োজিত ৰ’লাৰৰ চেপাত প্ৰাণ হেৰুৱালে এগৰাকী বৃদ্ধই ৷ চুৰহাব আলী নামৰ বৃদ্ধ গৰাকীয়ে বহাৰ বৰজাৰিৰ এটা বিত্তীয় প্ৰতিষ্ঠানলৈ গৈ থকাৰ সময়তে সংঘটিত হয় শোকাৱহ দুৰ্ঘটনাটো ৷

মৰিগাঁৱত ৰ’লাৰৰ চেপাত প্ৰাণ হেৰুৱালে বৃদ্ধই

author img

By

Published : Mar 24, 2021, 6:42 PM IST

মৰিগাঁও,24 মাৰ্চ: মৰিগাঁৱৰ বহা বজাৰত শোকাৱহ দুৰ্ঘটনা সংঘটিত ৷ পথ নিৰ্মাণত নিয়োজিত ৰ’লাৰৰ চেপাত প্ৰাণ হেৰুৱালে এগৰাকী বৃদ্ধই ৷ চুৰহাব আলী নামৰ বৃদ্ধ গৰাকীয়ে বহাৰ বৰজাৰিৰ এটা বিত্তীয় প্ৰতিষ্ঠানলৈ গৈ থকাৰ সময়তে সংঘটিত হয় শোকাৱহ দুৰ্ঘটনাটো ৷

প্ৰত্য়ক্ষদৰ্শীৰ মতে, পিছফালৰ পৰা আহি থকা ৰ’লাৰখনে খুন্দিওৱাৰ ফলতে থিতাতে প্ৰাণ হেৰুৱাই বৃদ্ধ গৰাকীয়ে ৷ ঘটনাস্থলীত মায়ং আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ বৃদ্ধ গৰাকীৰ অকাল মৃত্যুৱে শোকৰ ছা পেলাইছে অঞ্চলটোত ৷

লগতে পঢ়ক: ধলাত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.