ETV Bharat / state

মৰিগাঁৱত মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য - ববিতা বিশ্বাস

মৰিগাঁৱত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ ৷ মৃতদেহটো মৰিগাঁওৰ ববিতা বিশ্বাসৰ ৷ মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়ালৈকে জানিব পৰা নাই ৷

মৰিগাঁৱত ৰহস্যজনক মৃতদেহ উদ্ধাৰ
author img

By

Published : Sep 1, 2019, 2:23 PM IST

মৰিগাওঁ, 1 চেপ্তেম্বৰঃ

মৰিগাঁৱত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ ৷

মৰিগাঁৱত ৰহস্যজনক মৃতদেহ উদ্ধাৰ

স্থানীয় যুৱক এজনে প্ৰত্যক্ষ কৰে মৃতদেহটো ৷

মৃতদেহটো মৰিগাঁৱৰ ববিতা বিশ্বাসৰ ৷

ববিতাৰ ডিঙিত ৰছী আৰু ওচৰত কীটনাশক দৰব উদ্ধাৰ ৷

মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়ালৈকে জানিব পৰা নাই ৷

আৰক্ষীৰ তদন্ত আৰম্ভ ৷

মৰিগাওঁ, 1 চেপ্তেম্বৰঃ

মৰিগাঁৱত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ ৷

মৰিগাঁৱত ৰহস্যজনক মৃতদেহ উদ্ধাৰ

স্থানীয় যুৱক এজনে প্ৰত্যক্ষ কৰে মৃতদেহটো ৷

মৃতদেহটো মৰিগাঁৱৰ ববিতা বিশ্বাসৰ ৷

ববিতাৰ ডিঙিত ৰছী আৰু ওচৰত কীটনাশক দৰব উদ্ধাৰ ৷

মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়ালৈকে জানিব পৰা নাই ৷

আৰক্ষীৰ তদন্ত আৰম্ভ ৷

Intro:মৰিগাঁৱত যুৱতী মৃতদেহ ৰহস্যজনক অবস্থাত উদ্ধাৰ ।মৰিগাঁৱৰ ধৰমতুলত এজাৰবাৰীত প্ৰতিক্ৰিয়া সৃষ্টি।Body:মৰিগাঁৱৰ এজাৰবাৰীত
এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ (22/23)। ঘটনাৰ বিৱৰণী মতে মৰিগাঁও জিলাৰ ধৰমতুলত আৰক্ষী থানাৰ অন্তৰ্গত এজাৰবাৰী দলঙৰ তলত ৰাতিপুৱা স্হানীয় এজন যুৱকে প্ৰত্যক্ষ কৰে ৰহস্যজনক অবস্থাত থকা মৃতদেহটো। স্হানীয় গাঁও বুঢ়াৰ ভাষ্য অনুসৰি যুবতীৰ গৰাকী গলত জৰী আৰু ওচৰত এটা কীটনাশক দৰব উদ্ধাৰ হয়। আৰক্ষী উপস্থিত হৈ দলঙৰ তলত সন্দেহজনক অবস্থাত উদ্ধাৰ হোৱা মৃতদেহটো মৰণোত্তৰ পৰীক্ষা বাবে গ্ৰহণ কৰে যাবতীয় ব্যৱস্হা । ।বাতৰি যুগুতোৱা সময়লৈকে মৃত্যূৰ প্ৰকৃত কাৰণ জানিব পৰা নাই যদিও মৰিগাঁও যুৱতী গৰাকী গৈ সাতকিলোমিটাৰ নিলগত এনেপথ বাছি লোৱা ঘটনাই ৰহস্য সৃষ্টি কৰিছে । মনকৰিবলগীয়া যুৱতী গৰাকী মৰিগাঁও পৌৰসভাৰ 10 নং ৱাৰ্ডৰ প্ৰয়াত অবণী বিশ্বাস আৰু অৰ্চনা বিশ্বাস জ্যেষ্ঠ কন্যা ।byte:police+gaonbuha

উল্লেখযোগ্য যে যোৱা কালি এন আৰ চি চুড়ান্ত তালিকাত নাম আহিছে ববীতা বিশ্বাসৰ। সেয়া যিকি নহওক আৰক্ষী তদন্তত পোহৰলৈ আহিব এই ঘটনাৰ প্ৰকৃত কাৰণ ।Conclusion:Ratuldeka etv Bharat morigaon
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.