ETV Bharat / state

BTR আৰু TAC নিৰ্বাচন শাসকীয় দল বিজেপিৰ বাবে টেষ্ট পৰীক্ষাহে: ৰণজিত কুমাৰ দাস

author img

By

Published : Dec 13, 2020, 4:56 PM IST

তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ বাবে তৎপৰ শাসক-বিৰোধী ৷ মৰিগাঁও জিলাৰ 20 নং বাৰপূজীয়া আৰু ১৮ নং চাৰিপুনীয়াকে ধৰি কেইবাটাও পৰিষদীয় সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাই সভাপতি ৰণজিত কুমাৰ দাসে ৷ কথা প্ৰসংগত কয় BTR আৰু TAC নিৰ্বাচন দুটা শাসকীয় দল বিজেপিৰ ২০২১ চনত অনুষ্ঠিত হ'বলগীয়া বিধান সভা নিৰ্বাচনৰ বাবে টেষ্ট পৰীক্ষাহে

ranjit kumar das reaction about BTR and TAC election
BTR আৰু TAC নিৰ্বাচন শাসকীয় দল বিজেপিৰ বাবে টেষ্ট পৰীক্ষাহে: ৰঞ্জিত কুমাৰ দাস

মৰিগাঁও, 13 ডিচেম্বৰ: ১৭ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ বাবে তৎপৰ হৈ পৰিছে শাসক-বিৰোধী উভয় পক্ষই ৷ পৃথকে পৃথকে চলাইছে নিৰ্বাচনী প্ৰচাৰ ৷ দেওবাৰে তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে মৰিগাঁৱত উপস্থিত হয় বিজেপিৰ অসম প্ৰদেশ সমিতিৰ সভাপতি ৰণজিত কুমাৰ দাস ৷ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী ক্ৰমে 20 নং বাৰপূজীয়া আৰু ১৮ নং চাৰিপুনীয়াকে ধৰি কেইবাটাও পৰিষদীয় সমষ্টিত প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থী সকলক জয়ী কৰোৱাৰ বাবে উঠি পৰি লাগিছে শাসকীয় দলটোৱে ৷

BTR আৰু TAC নিৰ্বাচন শাসকীয় দল বিজেপিৰ বাবে টেষ্ট পৰীক্ষাহে: ৰণজিত কুমাৰ দাস

বিভিন্ন আঁচনি ঘোষণা কৰাৰ লগতে পুখুৰী খনন তথা মৎস্য উৎপাদনৰ বাবে এক লাখকৈ টকাকৈ অনুদান দিয়াৰ কথা ঘোষণা কৰে সভাপতি ৰণজিত কুমাৰ দাসে। সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত সভাপতি গৰাকীয়ে কয় BTR আৰু TAC নিৰ্বাচন দুটা শাসকীয় দল বিজেপিৰ ২০২১ চনত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ টেষ্ট পৰীক্ষাহে ৷

লগতে পঢ়ক : ঘোষণা হ’ল বিটিচিৰ নতুন পৰিষদৰ শপত গ্ৰহণৰ দিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.