ETV Bharat / state

’পোষণ অভিযান’ উপলক্ষে মৰিগাঁৱত মেগা চাইকেল ৰেলী

author img

By

Published : Sep 26, 2019, 7:44 PM IST

মৰিগাঁৱৰ কপিলি সংহত শিশু উন্নয়ন প্ৰকল্পৰ মেগা চাইকেল ৰেলী । পুৱা 9 বজাত চাইকেল চলাই এই ৰেলীৰ শুভ উদ্বোধন কৰে জিলা উপায়ুক্ত ঋতুৰাজ বৰাই ৷

’পোষণ অভিযান’ উপলক্ষে মৰিগাঁৱত মেগা চাইকেল ৰেলী

মৰিগাঁও, 26 ছেপ্টেম্বৰঃ পোষণ অভিযানৰ উপলক্ষে মৰিগাঁৱত অনুষ্ঠিত কৰা হৈছে শিশু উন্নয়ন প্ৰকল্পৰ মেগা চাইকেল ৰেলী ৷ পুৱা 9 বজাত চাইকেল চলাই ৰেলীৰ শুভ উদ্বোধন কৰে জিলা উপায়ুক্ত ঋতুৰাজ বৰাই ৷

মৰিগাঁও জিলা প্ৰশাসন আৰু সমাজ কল্যাণ বিভাগৰ উদ্যোগত বাৰপূজীয়াৰ পৰা চৰাইবাহী গাঁও পঞ্চায়তলৈ প্ৰায় ছয় সাত কিলোমিটাৰ পথ চাইকেল চলাই পোষণ অভিযান উপলক্ষে সজাগতা সৃষ্টি কৰা হয় ৷

’পোষণ অভিযান’ উপলক্ষে মৰিগাঁৱত মেগা চাইকেল ৰেলী

বৃহস্পতিবাৰৰ এই চাইকেল ৰেলীত সমাজকল্যাণ বিষয়া দেৱজিত বৰা, লাহৰীঘাটৰ সংহত শিশু উন্নয়ন বিষয়া বিদ্যুৎ হাজৰিকা, কপিলি সংহত উন্নয়ন বিষয়া মণিকা বৰঠাকুৰকে ধৰি সংশ্লিষ্ট বিষয়া, অংগনবাড়ী কৰ্মী, ছাত্ৰ ছাত্ৰীকে ধৰি সহস্ৰাধিক লোকে অংশ গ্ৰহণ লয় ।

Intro:পোষণ অভিযানৰ উপলক্ষে মৰিগাঁৱৰ কপিলি সংহত শিশু উন্নয়ন প্ৰকল্পৰ মেগা চাইকেল ৰেলী। পুৱা ন বজাত জিলা উপায়ুক্ত ঋতু ৰাজ বৰাই চাইকেল চলাই শুভ উদ্ধোধন কৰাৰ পাছতে জৰাবাৰী,বৰভগীয়া হৈ চৰাইবাহী গাওঁ পঞ্চায়তলৈ প্ৰায় ছয় সাত কিলোমিটাৰ মেগা চাইকেল ৰেলী উলিয়াই।

Body: মৰিগাঁও জিলা প্ৰশাসন আৰু সমাজ কল্যাণ বিভাগৰ উদ্যোগত বাৰপূজীয়াৰ পৰা চৰাইবাহী গাঁওপঞ্চায়তলৈ প্ৰায় ছয় সাত কিলোমিটাৰ পথ চাইকেল চলাই পোষণ অভিযান সজাগতা সৃষ্টি কৰে।
পুৱা ন বজাত জিলা উপায়ুক্ত ঋতুৰাজ বৰাই ফ্লেগ অফ কৰি স্বয়ং উপায়ুক্ত গৰাকীয়ে সম্পূৰ্ণ পথছোৱা চাইকেল চলাই সামৰণি মাৰে। বৃহস্পতিবাৰৰ এই চাইকেল ৰেলীত সমাজকল্যাণ বিষয়া দেৱজিত বৰা,লাহৰীঘাটৰ সংহত শিশু উন্নয়ন বিষয়া বিদ্যুত হাজৰিকা, কপিলি সংহত উন্নয়ন বিষয়া মণিকা বৰঠাকুৰকে ধৰি সংশ্লিষ্ট বিষয়া ,অংগনাবাড়ীকৰ্মী,ছাত্ৰ ছাত্ৰীকে ধৰি সহস্ৰাধিক লোকে অংশ লয়।

Conclusion:ratul deka,etc Bharat.morigaon
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.