ETV Bharat / state

মৰিগাঁৱত আতচবাজী ক্ৰয় কৰিবলৈ গ্ৰাহকৰ হেতাওপৰা - মৰিগাঁও

চৰকাৰৰ কঠোৰ নিৰ্দেশৰ পাছতো মৰিগাঁৱত মুকলিভাৱে বিক্ৰী হৈছে আতচ বাজীৰ। ফটকা আতচবাজী ক্ৰয় কৰিবলৈ হেতাওপৰা লগাইছে গ্ৰাহকসকলে ৷

Public gathering in diwali Market At Morigaon
মৰিগাঁৱত আতচবাজী ক্ৰয় কৰিবলৈ গ্ৰাহকৰ হেতাওপৰা
author img

By

Published : Nov 14, 2020, 7:17 PM IST

মৰিগাঁও, 14 নৱেম্বৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁও জিলা বিভিন্ন প্ৰান্তত দিপাৱলীৰ বাবে ভিৰ কৰিছে গ্ৰাহকসকলে । মৰিগাঁৱৰ চহৰখনত বিভিন্ন প্ৰান্তত গঢ়ি উঠিছে আতচবাজীৰ দোকান ৷ ইতিমধ্যে এই অস্থায়ী বিপনী সমূহত আতচবাজী ক্ৰয় কৰিবলৈ গ্ৰাহক সকলো ভিৰ কৰা পৰিলক্ষিত হৈছে । কোনোৱে যদি আতচবাজী ক্ৰয় কৰিছে আন কোনোৱে মাটি চাকিৰ বিপনীত ভিৰ কৰিছে ।

Public gathering in diwali Market At Morigaon
মৰিগাঁৱত আতচবাজী ক্ৰয় কৰিবলৈ গ্ৰাহকৰ হেতাওপৰা

উল্লেখযোগ্য যে, পৰিৱেশ প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰ প্ৰশাসনে দিপাৱলীত ফটকা আতচবাজী ফুটুওৱাৰ ক্ষেত্ৰত কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰে ৷ প্ৰশাসনৰ কঠোৰ নিৰ্দেশনাৰ পাছতো মৰিগাঁৱত মুকলিভাৱে বিক্ৰী হৈছে বিভিন্ন আতচবাজীৰ । মৰিগাঁৱৰ এই দৃশ্যই এতিয়া চকু কঁপালত উঠিছে একাংশ সচেতন লোকৰ ৷ অতি শীঘ্ৰে এই আতচবাজীৰ দোকানসমূহ উচ্ছেদ কৰিবলৈ চৰকাৰ প্ৰশাসনক আহ্বান জনাইছে সচেতন ৰাইজে ৷

লগতে পঢ়ক-নাৰায়ণপুৰৰ বৰ্ন বিন্যাসৰ বাকৰিত শিশু দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.