ETV Bharat / state

কৃষি আইনৰ বিৰোধিতাৰে মৰিগাঁৱত কৃষক মুক্তিৰ প্ৰতিবাদ

ভাৰত বন্ধৰ ব্যাপক প্ৰভাৱ পৰিল অসমতো ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁৱতো কৃষি আইনৰ বিৰোধিতাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিকৃতি দাহ কৰা হয় ৷

Protest in Morigaon
কৃষি আইনৰ বিৰোধিতাৰে মৰিগাঁৱত KMSSৰ প্ৰতিবাদ
author img

By

Published : Dec 9, 2020, 6:56 AM IST

মৰিগাঁও,9 ডিচেম্বৰঃ কৃষক আইনৰ বিৰোধিতাৰে মঙলবাৰে দেশৰ কেইবাটাও কৃষক সংগঠনে আহ্বান জনোৱা ভাৰত বন্ধৰ ব্যাপক প্ৰভাৱ পৰিল অসমতো ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁৱতো কৃষি আইনৰ বিৰোধিতাৰে প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোডীৰ প্ৰতিকৃতি দাহ কৰা হয় ৷

মৰিগাঁৱৰ জালুগুটিত ধাননি পথাৰতে প্ৰতিকৃতি দাহ কৰি বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিষয়ববীয়াই ৷ উল্লেখ্য যে, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে ৰাজ্যৰ বহুকেইটা সংগঠনে ভাৰত বন্ধৰ প্ৰতি সমৰ্থন জনাই কৃষি আইনৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ৷

লগতে পঢ়কঃ জনতাৰ কন্ঠঃ নগাঁও সদৰ সমষ্টিৰ খতিয়ান বিচাৰি ইটিভি ভাৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.