ETV Bharat / state

ক্ষুদ্ৰ সঞ্চয় প্ৰতিষ্ঠান বন্ধৰ দাবীত ছয় তিৱা সংগঠনৰ প্ৰতিবাদ

author img

By

Published : Feb 14, 2020, 9:00 PM IST

ক্ষুদ্ৰ সঞ্চয় প্ৰতিষ্ঠান বন্ধ কৰাৰ দাবীত ছয় তিৱা সংগঠনে মৰিগাঁৱত প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিভিন্ন শ্লোগানেৰে প্ৰতিবাদী জনতাই উত্তাল কৰি তোলে পৰিৱেশ ৷

ছয় তিৱা সংগঠনৰ প্ৰতিবাদ
ক্ষুদ্ৰ সঞ্চয় প্ৰতিষ্ঠান বন্ধৰ দাবীত প্ৰতিবাদ

মৰিগাঁও, 14 ফেব্ৰুৱাৰী : মৰিগাঁৱত শুকুৰবাৰে ক্ষুদ্ৰ সঞ্চয় প্ৰতিষ্ঠান বন্ধ কৰাৰ দাবীত সদৌ তিৱা ছাত্ৰ সন্থাৰ উদ্যোগত ছয় তিৱা সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ তিৱা যুৱ ছাত্ৰ পৰিষদ,সদৌ তিৱা সুৰক্ষা সমিতি,তিৱা মহিলা কল্যাণ সমিতি,তিৱা সাংস্কৃতিক সমাজকে ধৰি ছয় সংগঠনে চহৰখনৰ মাজমজিয়াৰ পৰা প্ৰতিবাদী সমদল উলিয়ায় ৷

মৰিগাঁও চহৰত থকা সংশ্লিষ্ট প্ৰতিষ্ঠানলৈ গৈ প্ৰতিবাদী সহস্ৰাধিক পুৰুষ-মহিলাই ক্ষুদ্ৰ সঞ্চয় প্ৰতিষ্ঠান বন্ধ কৰাৰ দাবীত পৰিৱেশ উত্তাল কৰি তোলে ৷ মহিলাসকলে প্ৰতিবাদৰ মাজতে দাবী কৰে যে, সহজলভ্য ঋণৰ নামত গ্ৰাম্য অঞ্চলৰ মহিলাসকলে ঘৰ-দুৱাৰ ধংস কৰিছে ৷ এই প্ৰতিষ্ঠানসমূহৰ জৰিয়তে কোনো উন্নয়ন হোৱা নাই বাবে বন্ধ কৰি দিব লাগে বুলি মন্তব্য কৰে মহিলাসকলে ৷

আৰু পঢ়ক : তৰুণ নগৰলৈ গৌৰৱ কঢ়িয়ালে আশিতা আগৰৱালাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.