ETV Bharat / state

পৰ্যটকৰ বাবে মুকলি কৰা হ'ল পবিতৰা অভয়াৰণ্য - বন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই আনুষ্ঠানিকভাৱে পৰ্যটকৰ মুকলি কৰে পবিতৰা অভয়াৰণ্য

বুধবাৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হ'ল পবিতৰা অভয়াৰণ্য ৷ ৰাজ্য চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই আনুষ্ঠানিকভাৱে পৰ্যটকৰ মুকলি কৰে অভয়াৰণ্যখন ৷

পৰ্যটকৰ বাবে মুকলি কৰা হ'ল পবিতৰা অভয়াৰণ্য
author img

By

Published : Nov 6, 2019, 11:51 PM IST

মৰিগাঁও, 6 নৱেম্বৰঃ বুধবাৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হ'ল পবিতৰা অভয়াৰণ্য ৷ ৰাজ্য চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই আনুষ্ঠানিকভাৱে পৰ্যটকৰ মুকলি কৰে পবিতৰা অভয়াৰণ্য ৷ পৰিমল শুক্লবৈদ্যৰ লগত উপস্থিত থাকে জাগীৰোডৰ বিধায়ক তথা স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পিয়ুষ হাজৰিকা ৷

পৰ্যটকৰ বাবে মুকলি কৰা হ'ল পবিতৰা অভয়াৰণ্য
Pobitora Wildlife Sanctuary open for general people
পবিতৰাত মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু পিয়ুষ হাজৰিকা

ইপিনে, অনুষ্ঠানত উপস্থিত থাকি পৰিমল শুক্লবৈদ্যই কয় যে, পবিতৰাত প্ৰকৃতিয়ে সকলো সৌন্দৰ্য ঢালি দিছে ৷ অনান্য ৰাষ্ট্ৰীয় উদ্যানৰ তুলনাত পবিতৰাৰ নৈসৰ্গিক দৃশ্য সুকীয়া ৷ সকলোৱে মিলি পবিতৰাক বিশ্ববাসীৰ মাজত দাঙি ধৰিব লাগিব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়কঃত্ৰিপুৰাত ভয়ংকৰ মানৱীয় সংকট, খাদ্য সংকট মৃত্যু শিশুসহ ছয়জনৰ

আজিৰে পৰ্যটকৰ বাবে মুকলি এশিঙীয়া গড়ৰ ৰম্য ভূমি পবিতৰা অভয়াৰণ্য। বুধবাৰে ৰাজ্য চৰকাৰৰ বন আৰু পৰিবেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই আনুষ্ঠানিকভাৱে নাৰিকল ভাগি, ফিটাকাটি হাতী আৰু জীপচাফাৰী কৰি পৰ্যটকসকলৰ বাবে মুকলি কৰি দিয়ে। এই উপলক্ষে পবিতৰা চাফাৰি পইণ্টত আনুষ্টিত কৰা উদ্ধোধনী সভাত ভাষণ ৰাখি কয় যে পৰিতৰাত প্ৰকৃতিয়ে সকলো সৌন্দৰ্য ঢালি দিছে। পবিতৰা ৰাজ্যৰ অন্যন্যা ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যত কৈ পবিতৰাৰ নৈসৰ্গিক শোভা সুকীয়া। তাতে গুৱাহাটীৰ পৰা আধাঘণ্টাৰ বাট। দেশ তথা সাত সাগৰ তেৰ নদীৰ সিপাৰৰ পৰা আহিও এবেলাতে এশিঙীয়া গড় চাই আনন্দ লভিব পাৰে পৰ্যটকসকলে।
সেয়েহে আমি সকলোৱে ইয়াৰ সৌন্দৰ্য তথা নৈ ,জান ,জুৰি বিল,খাল ,পাহাৰৰ, পৰ্বত,নদীৰ পৰিবেশ বিশ্ববাসীৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰ কৰি সকলোকে আৰ্কষণ কৰিব লাগিব।
বুধবাৰে অনুষ্ঠিত হোৱা এই উদ্ধোধনী কাৰ্যসূচীত মন্ত্ৰী তথা জাগীৰোড বিধান সভা সমষ্টিৰ বিধায়ক পীয়ূষ হাজৰিকা, জিলা উপায়ুক্ত ঋতু ৰাজ বৰা,মায়ঙৰ ৰজি তাৰিণী সিংহ ডেকা আৰু মুখ্য বনসংৰক্ষক উপস্থিত থাকে। ড° উৎপল নাথৰ এটি উদ্ধোধনী গীতৰে এই উদ্ধোধনী কাৰ্যসূচী শুভাৰম্ভ কৰে।উদ্ধোধনী সভাখন আতধৰে পবিতৰাৰ বনবিষয়া মুকুল তামুলিয়ে।bytes:primal Sukly's baidya

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.