ETV Bharat / state

পবিতৰাত মৃত গঁড়ৰ পোৱালী উদ্ধাৰ

বানৰ ফলত মৃত্যু হোৱা গঁড়ৰ পোৱালীটো উদ্ধাৰ হয় অমৰামূল বনশিবিৰ এলেকাত ৷

author img

By

Published : Jul 26, 2019, 10:36 AM IST

Updated : Jul 26, 2019, 12:30 PM IST

পবিতৰাত মৃত গঁড় পোৱালী উদ্ধাৰ

পবিতৰা,26 জুলাইঃ পবিতৰা অভয়াৰণ্যত দুমহীয়া মাইকী গঁড়ৰ পোৱালীৰ মৃতদেহ উদ্ধাৰ ৷ অমৰামূল বনশিবিৰৰ এলেকাত উদ্ধাৰ চলিত বানত মৃত্যু হোৱা গঁড়ৰ পোৱালীটোৰ মৃতদেহ ৷ উল্লেখ্য যে, বুধবাৰেও উদ্ধাৰ হৈছিল তিনিমহীয়া গঁড়ৰ পোৱালিৰ মৃতদেহ ।

Intro:পবিতৰাত বানপানীত মৃত্যু গঁড়ৰ পোৱালীBody:পবিতৰা অভয়াৰণ্যত দুমহীয়া মাইকী গঁড়ৰ পোৱালিৰ মৃতদেহ উদ্ধাৰ৷ অমৰামূল বনশিবিৰৰ এলেকাত উদ্ধাৰ চলিত বানত মৃত্যু হোৱা গঁড় পোৱালিটোৰ মৃতদেহ ৷ উল্লেখ্য যে বুধবাৰেও উদ্ধাৰ হৈছিল তিনিমহীয়া গঁড় পোৱালিৰ মৃতদেহ।
Conclusion:বুধবাৰেও উদ্ধাৰ হৈছিল এটা তিনিমহীয়া গঁড় পোৱালিৰ মৃতদেহ।
Last Updated : Jul 26, 2019, 12:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.